У нас вы можете посмотреть бесплатно NAHOR 2026 || JITEN KALITA || MARMITA MITRA || ZUBEEN GARG TRIBUTE BIHU SONG или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Audio create....... Lyrics & tune - Mukut kalita Special thanks - Babu Baruah Music, mixing, mastered - Dipkesh borgohain Singer - Jiten kalita & Marmita mitra Live show contact: 6900775709. কথা/সুৰঃ- মুকুট কলিতা কণ্ঠদানঃ- জিতেন কলিতা, আৰু মৰ্মিতা মিত্ৰ সংগীত ব্যৱস্থাপনাঃ দ্বীপকেশ বৰগোহাঁই, বাণীবদ্ধঃ টেম্পতেশ্যন (ৰাজগড়), বিশেষ কৃতজ্ঞতাঃ বাবু বৰুৱা, অনূপম শইকীয়া, ডঃ অনিল চৌধুৰী, অমিত দা, দ্বীপ জ্যোতি দাস, ৰাজকুমাৰ মণ্ডল, ধ্ৰুৱ দা, পৱিত্ৰ বড়ো (ৰনী) আৰু লগতে আমাৰ শুভাকাংক্ষী সকল। নাহৰ২০২৬ °°°°°°°°°° "অ' নাহৰ ফুলাৰ বতৰ..." বুলি কোনে গাব? "মায়াবিনী ৰাতিৰ বুকুত..." বুলি কোনে গাব? কোনে গাব এইবেলি ব'হাগৰ গান? তুমি নাথাকিলে জানা! এই ফাগুন ভাগৰুৱা ব'হাগো যে হ'ব আধৰুৱা! পশ্চিমৰ পচোৱা ব'লা নাই! বৰদৈচিলা জনী আহা নাই ! শুনা নাই কেতেকীৰে মাত! বিষাদৰ সাগৰত ডুবিছোঁ, উমি উমি দহি মৰিছোঁ, তুমি বিহীন জীৱনৰ এই বাট! তুমি নাথাকিলে জানা! এই ফাগুন ভাগৰুৱা ব'হাগো যে হ'ব আধৰুৱা! "বাঁহী" "ৰুমালৰ" গান আজি কোনে গাব? অঞ্জনাৰ মৰমবোৰ কোনে বুজি পাব? বুজি পাব কোনে বাৰু জানমনিৰে দুখঃ? ৰংমন ককাইয়ে বিহু নাম জুৰিছে সেমেকা মন দুচকুতে শোক! শিমলু্, পলাশৰ ৰং ল'গা নাই! নাহৰৰ কুঁহিপাত ওলোৱা নাই! কুলিৰ মাত মিঠা ল'গা নাই! তাঁতৰ শালতে মন বহা নাই! দুহাতত জেতুকাৰ ৰং সনা নাই! তুমি যে সঁচাই কাষত নাই! তুমি নাথাকিলে জানা! এই ফাগুন ভাগৰুৱা ব'হাগো যে হ'ব আধৰুৱা! ******************* #JusticeForZubeenGarg অবাঞ্চিত ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থী।