У нас вы можете посмотреть бесплатно ধন বা টকা কিয় সঞ্চয় কৰিব লাগে? @NJDofficials-w6s или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ধন বা টকা কিয় সঞ্চয় কৰিব লাগে?..... যেতিয়া আপোনাৰ কাম কৰিব নোৱাৰা বয়স হব, তেতিয়া সঞ্চয়হে আপোনাৰ সহায়ক হ’ব । সঞ্চয় মাথোঁ এজন বৃদ্ধৰ বাবে নহয়, যিকোনো বয়সৰ মানুহৰ বাবে প্ৰয়োজনীয়!” সঞ্চয় আপোনাৰ ভবিষ্যতৰ বাবে: “কোনে জানে আগলৈ কি হ’ব? চাকৰিও হেৰাব পাৰে, অসুখ হ’ব পাৰে, পৰিয়ালৰ বিশেষ খৰচ আহিব পাৰে – এই সকলোৰে বাবে সঞ্চয় অত্যাৱশ্যক। সঞ্চয় থাকিলে আতংক বা ভয় কমে।” সঞ্চয় অৱসৰৰ পিছৰ সময়ৰ বাবে: “মনত ৰাখিব– বুঢ়া বয়সত যেতিয়া আপুনি কাম কৰিব নোৱাৰা হব, তেতিয়া আপোনাৰ পৰিয়ালৰ খৰচ কেনেকৈ চলিব? গতিকে সঞ্চয় হ’লেহে আপোনাৰ ভাবিশ্বত জীৱন সুখদ হ’ব।” সঞ্চয় এমাৰ্জেন্সী সময়ত খৰচৰ বাবে: “বেমাৰ বা পৰিয়ালৰ যি কোনো বিপদ – এইসকলোৰে বাবে, যদি আপোনাৰ কিবা সঞ্চয় থাকে, তেতিয়াহে সমস্যাৰ সময়ত আপুনি সহায় কৰিব পাৰিব।” **মই ভাবো সঞ্চয় মানেই সুখ আৰু সঞ্চয় মানেই পৰিয়ালৰ সুৰক্ষা।** #motivation #motivationalvideos #moneymindset #moneymanagement #moneytips #moneymatters #moneysavingtips #moneymaking #moneytalks #investment #investmenttips