У нас вы можете посмотреть бесплатно '২৬ ৰ বৈতৰণী পাৰ কৰিবলৈ হিতাধিকাৰীয়ে শেষ সম্বল ৰাজ্য চৰকাৰৰ। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
পাকে-প্ৰকাৰে হিতাধিকাৰীক সন্তুষ্টিৰ দৌৰত ৰাজ্য চৰকাৰ। ধন বিতৰণৰ নামত পুনৰ ঋণ ল'বলৈ তৎপৰ হিমন্ত বিশ্বৰ চৰকাৰ। আঁচনিৰ জোৰা মাৰিবলৈ ২ মাৰ্চত ১০০০ কোটিৰ ঋণ ল'ব চৰকাৰে। চৰকাৰী বণ্ড বন্ধকত থৈ ৯ বছৰীয়া ম্যাদত ঋণ ল'ব ৰাজ্য চৰকাৰে। ৰাজ্যৰ অৰ্থনীতি ধ্বংস কৰি অভিলেখ গঢ়াৰ দৌৰত হিমন্ত বিশ্ব শৰ্মা The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews