У нас вы можете посмотреть бесплатно সংখ্যালঘুৰ ওপৰত বুলডজাৰ চলোৱা হিমন্তই চিধাকৈ কিয় নকলে কাৰ্বি ভূমিত উচ্ছেদৰ কথা? или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌প্ৰথমবাৰৰ বাবে খিলঞ্জীয়াৰ ভূমিৰ পৰা অনাঅসমীয়াক উচ্ছেদ কৰাৰ কথা পোনপটীয়াকৈ মুখৰ পৰা নোলাল হিমন্ত বিশ্ব শৰ্মাৰ ! 📌যি গৰাকী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰা সংখ্যালঘুক উচ্ছেদ কৰিবলৈ তিল মানো সময় নালাগে সেই হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলংত বাস কৰি থকা অনাঅসমীয়াক আইনৰ দোহাই দি উচ্ছেদৰ বুলডজাৰ চলোৱাৰ বিৰত আছে! 📌যিখন চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননা কৰি উচ্ছেদ চলোৱাৰ বিৰুদ্ধে গোচৰ চলি আছে সেইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলংৰ PGR- VGR ত বাস কৰা অনাঅসমীয়াক উচ্ছেদ কৰিবলৈ কিয় সাহস নহ'ল?___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now