У нас вы можете посмотреть бесплатно Mur Bukur Pitai | Mayurpankhi Chetia | Manjyotsna Mahanta | Hopun Saikia | Assamese song 2022 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
'মোৰ বুকুৰ পিতাই' এতিয়া আপোনালোকৰ!❤ দেউতাৰ ওপজা দিনত দেউতালৈ উপহাৰ হিচাপে তথা পৃথিৱীৰ প্ৰতিজন দেউতা,প্ৰতিগৰাকী জী আৰু গান ভাল পোৱা সমূহ শ্ৰোতালৈ 'মোৰ বুকুৰ পিতাই' আগবঢ়ালোঁ। শুনিব, শুনাব আৰু কেনে পালে আমাক জনাবলৈ নাপাহৰিব। গীতটি আজিৰ পৰা প্ৰায় ২০ বছৰ পুৰণি। শ্ৰদ্ধাৰ শিল্পী মনজ্যোৎস্না মহন্ত মেমৰ শাহুআই ঁননীদেৱী গোস্বামী এনাইদেউৱে লিখা আৰু মনজ্যোৎস্না মহন্ত মেমে সুৰ কৰা এই আদৰৰ গীতটোক আপোনালোকৰ আগত পৰিবেশন কৰিবলৈ সুযোগ দিয়াৰ বাবে মনজ্যোৎস্না মহন্ত মেমৰ ওচৰত আমি চিৰকৃতজ্ঞ। ❤ Song : Mur Bukur Pitai Singer : Mayurpankhi Chetia Composer : Manjyotsna mahanta Lyrics : Nani devi Goswami Music : Hopun Saikia Bass : Abhinav Bora Mixed & Mastered by : Koustav Saikia Chorus : Dhanashree Roy,Kakoli Uruli : Hoimonti Saikia Music Arranged , Produced & Programmed by : Hopun Saikia Recorded by : Ikramuddin Lochoor @A2 Studio ,Mumbai Hirok @ Studio Blue Raga,Guwahati Poster art - Hem ch (Zantu) Font Design : Samujjal Saikia Animation : Diganta Rowmuria Special Thanks : Rahul dey das , Arkadeep Karmakar , Himanshu Chutia Saikia ,Daulat Lyrics- মোৰ বুকুৰ পিতাই ঐ তই হেনো ওলাইছ মোক বিয়া দিবলৈ সৰুৰ পৰা তুলি-তালি কৰিলি ডাঙৰ আদৌ বুলি মাত মোক কিমান চেনেহৰ চোলা আন চাপ দিয়া ফুটুকা ফুটুকী জেলেপতে ভৰাই আন ৰঙা চেনীগুটি চুচি মালতীৰে টেমা গোন্ধ তেলৰ চিচা খেজেনা দিবলে গ'লে আন জিলাৰ পৰা পাৰিবিনে চিঙিবলে জৰী মৰমৰ মোলৈ হেনো চাইছ তই মেলেটেৰী দৰা গাঁৱৰে ছোৱালী গাঁৱতে চাবি দৰা কুৰুৱাজনীয়ে কান্দে শিমলুতে পৰি নেদেখিলে পিতাই তোক থাকিম কেনেকৰি Wynk link: https://wynk.in/music/album/mur-bukur... Gaana Link: https://gaana.com/song/mur-bukur-pitai JioSaavn Link: https://www.jiosaavn.com/album/mur-bu... Resso Link: https://m.resso.com/ZSRQhAtF2/ Spotify Link: https://open.spotify.com/album/3pNDi4... Amazon Music Link: https://music.amazon.in/albums/B0BFZW... Boomplay Link: https://www.boomplay.com/albums/55226... Apple/iTunes Link: / mur-bukur-pitai-single #assamesesong #assamesesong2022 #newassamesesong #murbukurpitai