У нас вы можете посмотреть бесплатно নতুন বিমান বন্দৰৰ টাৰ্মিনেলত অসমৰ যুৱক-যুৱতী или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
আজিৰ পৰা গুৱাহাটী বিমান বন্দৰৰ নতুন সংহত টাৰ্মিনেলেৰ পৰা বাণিজ্যিক কাৰ্যসূচী আৰম্ভ হ'ব। এই টাৰ্মিনেলৰ জৰিয়তে বছৰি ১ কোটি ৩০ লাখ বিমানযাত্ৰীয়ে সেৱা লাভ কৰিব। প্ৰায় ৪,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলটো আধুনিক প্ৰযুক্তি, স্থানীয় ঐতিহ্য-পৰম্পৰাৰ জিলিঙনি, আকৰ্ষণীয় স্থাপত্য আৰ্হি আৰু অত্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ। উল্লেখযোগ্য যে নতুন বিমান বন্দৰৰ টাৰ্মিনেলত অসমৰ যুৱক-যুৱতী সকলে সংস্থাপন লাভ কৰিছে। #guwahatiassam #airport #newterminal #localharitage #bamboo #ddnewsassamese #ddnewsassam