У нас вы можете посмотреть бесплатно গৌৰৱ গগৈ সৰৱ হ’ল মুখ্যমন্ত্ৰীৰ একনায়কত্ববাদৰ বিৰুদ্ধে или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
শনিবাৰে যোৰহাটত উপস্থিত হ’ল APCCৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ। কংগ্ৰেছ নেতা-কৰ্মীৰ উষ্ম আদৰণি, উৎসাহৰ মাজেৰে যোৰহাটত প্ৰৱেশ কৰা গৌৰৱ গগৈ সৰৱ হ’ল মুখ্যমন্ত্ৰীৰ একনায়কত্ববাদৰ বিৰুদ্ধে। ইফালে খোৱাঙত একাংশ কংগ্ৰেছ কৰ্মীয়ে মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতিৰ প্ৰতিকৃতি দাহ কৰাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে APCCৰ সভাপতিগৰাকীয়ে। #PratidinTime #AssamNews #jorhat #Congress #GauravGogoi