У нас вы можете посмотреть бесплатно ASSAMESE SHORT MOVIE II MAA I। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ASSAMESE SHORT MOVIE MAA । অসমীয়া চুটি ছবি । মা । / @iidrishtiarudarshan ইতিমধ্যেই সমালোচক তথা চলচিত্ৰ প্ৰেমীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ শ্ৰীননী মাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্তদিগন্তৰ পৰিচালনাৰে, News Track Assam ৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি "মা"এ । আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে চুটি ছবিখনি ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ সুন্দৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ | #assameseshortfilm #shortmovie #hearttouchingstory #maa #assameseshort #assameseshortmovie #movie #newstrackassam #ntacinema #অসমীয়াচুটিছবি #চুটিছবি #আই #mom