У нас вы можете посмотреть бесплатно Moi Tumar - Tanmoy Saikia & Dhruba Basumatary | Kavyashree Gogoi | Premor Pakghor (Official Release) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
“A life lived in love will never be dull.” Presenting "Moi Tumar" Credits : Written, Composed & Performed by Tanmoy Saikia Music Arranged & Produced by Dhruba Basumatary Mix & Master by @dhrubabasumatarymusic Artwork & Video by Kavyashree Gogoi Distribution Partner : Shopolo Digital Special Thanks To Bedabrat Borah & All The Team Members Of "Premor Pakghor" __________________________________________________________ Lyrics : "মই তোমাৰ" উন্মনা মোৰ হৃদয়ত ৰামধেনু হৈ আহা সাটোৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী ডাৱৰে কিনো কয় গোপনে তুমিও শুনা না নীৰৱে বহেমীয়া মনতে স্মৃতি বোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহানা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সোঁৱৰণ তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় (Music) একাজলী সপোনে তোমাৰে নাম চিঞৰে তোমাৰ সমান হব কোন তুমি জানো বুজানে অবুজন হিয়াতে তোমাৰেই কাহিনী ভালপাওঁ বুলি এবাৰ কোৱানা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো দিঠকতো তুমি তুমিয়েই জানা হেজাৰৰে মাজতে মই তোমাকে বাছিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতেই লিন সদায় জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰে পূৰ্ণিমা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি তুমিয়েই আছা। জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰে কবিতা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি তুমিয়েই আছা। __________________________________________________________ Connect With The Artists - Tanmoy Saikia Instagram : https://bit.ly/3HU2TMw Youtube : https://bit.ly/3LBey5b Spotify : https://spoti.fi/3gRU0qR Dhruba Basumatary Youtube : https://bit.ly/3HN8pQV Spotify : https://spoti.fi/3BjHyd0 Instagram : https://bit.ly/3uO7QCX Kavyashree Gogoi Instagram : https://bit.ly/3LX6T1q __________________________________________________________ Thanks for listening "Moi Tumar" #MoiTumar #Tanmoy #Dhruba