У нас вы можете посмотреть бесплатно অসমীয়া ভাষাৰ উপভাষা | ASSAMESE DIALECTS | উপভাষা । উপভাষাৰ উপবিভাগ । DR. BINDU BHUSHAN BORAH или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
বিষয় : অসমীয়া ভাষাৰ উপভাষা কেইটা ? দুটা নে তিনিটা? সংক্ষিপ্ত বিকল্প উত্তৰ(objective type question) নিৰ্বাচন কৰাত ছাত্ৰ-ছাত্রীসকল দোমোজাত পৰা দেখা যায়। সেয়ে এই পাঠ আগবঢ়োৱা হ'ল। এই পাঠত ক) অসমীয়া ভাষাৰ উপভাষা, খ) অসমীয়া ভাষাৰ উপভাষাবোৰৰ বিষয়ে সাধাৰণ পৰিচয়, গ) অসমীয়া ভাষাৰ উপভাষা কেইটা কি কি -- এই বিষয়ে আলোচনা আগবঢ়োৱা হৈছে। বিকল্প প্ৰশ্নৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ উপভাষা 2 টা বা ৩ টা দুয়োটাৰ কোনোবা এটা বিকল্প দিলেই তোমালোকক পৰীক্ষকে নম্বৰ দিবলৈ বাধ্য। ২ বা ৩ যিকোনো এটা বিকল্প থাকিলে বাৰু সমস্যাই নাই। এনে প্ৰশ্ন কৰোঁতে প্ৰশ্ন কটা শিক্ষাগুৰুজনো সাৱধান হ'ব লাগে। #অসমীয়া_ভাষাৰ_উপভাষা #bindu_bhushan_borah #assamese_dialects #উপভাষা #bindu_bhushan_borah #upabhasha #manyabhasha #মান্যভাষা #upabhashar_sima #অসমীয়া_ভাষাৰ_উপভাষাবোৰৰ_বিষয়ে_সাধাৰণ_পৰিচয় #অসমীয়া_ভাষাৰ_উপভাষা_কেইটা #assamgk #assamese_grammar #assamtet_assamese আশাকৰোঁ, ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব! Related PLAYLIST: 1. General Knowledge: • General Knowledge 2. Motivational Videos: • Motivational Videos 3. অসমৰ বৰেণ্য সাহিত্যিক: • অসমৰ বৰেণ্য সাহিত্যিক 4. ভাষা-শিক্ষা Language training: • ভাষা-শিক্ষণ Language Training 5. ব্যাকৰণৰ পাঠ: • ব্যাকৰণৰ পাঠ Related video link: 1. চন্দ্ৰবিন্দুৰ ব্যৱহাৰবিধি • চন্দ্ৰবিন্দুৰ ব্যৱহাৰ-বিধি। Use of Assames... 2. স্বৰবৰ্ণ আৰু বিশিষ্ট স্বৰবৰ্ণ • স্বৰবৰ্ণ আৰু বিশিষ্ট স্বৰবৰ্ণ। Assamese vo... 3. সাহিত্যৰ সংজ্ঞা • সাহিত্যৰ সংজ্ঞা ৷ Definition of literature... 4. ধ্ৰুৱবাদ • CLASSICISM ধ্ৰুৱবাদ ৷ সনাতনবাদ ৷ ধ্ৰুপদী স... My FB profile link: / bindubhushan.borah Instagram Account: @bindu_bhushan_borah Twitter Account: @bindu_borah If you like, please coment, share and subscribe my channel. Thanks for watching. পাঠটো ভাল পালে মৰম দিব; মন্তব্য কৰিব; আনলৈ বিলাই দিব; 'BINDU BHUSHAN BORAH' আপোনাৰ আপোন বা কামত অহা চেনেল যেন লাগিলে subscribe কৰিব। We all are winners. নিজে ভাবিলে প্ৰতিজন লোকেই বিজয়ী হ'ব পাৰে। সকলো ছাত্ৰ-ছাত্ৰীলৈ চেনেহ আৰু শুভেচ্ছাৰে- বিন্দু ভূষণ বৰা Bindu Bhushan Borah (M.A., Double, NET, SET, Ph.D.)