У нас вы можете посмотреть бесплатно অসমত এতিয়া চলিছে পৰঠা, গো-মাংস আৰু বিৰিয়ানীৰ ৰাজনীতি.... или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অসমত এতিয়া চলিছে পৰঠা, গো-মাংস আৰু বিৰিয়ানীৰ ৰাজনীতি। অত্যন্ত বিৰক্তিদায়ক, ৰুচিহীন আৰু নিম্ন পৰ্যায়ৰ ৰাজনৈতিক মুখ-চুপতিৰে প্ৰদূষিত হৈছে ৰাজনৈতিক পৰিৱেশ। মুখ্যমন্ত্ৰীৰ অভিযোগ- অখিল গগৈয়ে গো-মাংসৰ বিৰিয়ানী ৰন্ধাৰ ট্ৰেইনিং দিব বিচাৰিছে। বিপৰীতে অখিল গগৈৰ দাবী- কটনত পঢ়া সময়ত গো-মাংস ভক্ষণ কৰিছিল মুখ্যমন্ত্ৰীয়ে। এনে কলুষিত পৰিৱেশৰ মাজতেই প্ৰৱেশ ঘটিছে AIMIMৰ নেতা আছাদউদ্দিন ওৱেচিৰ। মুখ্যমন্ত্ৰী ড০ শৰ্মাক দুটকীয়া ভিক্ষাৰী আখ্যা ওৱেচিৰ। #PratidinTime #AssamNews #HimantaBiswaSarma #AkhilGogoi