У нас вы можете посмотреть бесплатно Adre 2.0 cut off || adre cut off and final result ||adre result date 2025 || или скачать в максимальном доступном качестве, которое было загружено на ютуб. Для скачивания выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
এই চেনেলৰ মাধ্যমেৰে আমি প্ৰতিযোগিতা মূলক পৰীক্ষাত উৰ্ত্তীণ হবৰ বাব প্ৰয়োজনীয় সকলো বিষয়ৰ ওপৰতে এক খুঁটি নাতি মাৰি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছোঁ। আমি নিজৰ অভিজ্ঞতাৰ পৰা যি শিকিছোঁ বুজিছোঁ তাকেই আপোনালোকৰ ওচৰত সহজ মাধ্যমেৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। বৰ্তমান সময়ত প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হবৰ বাবে আমাৰ ওচৰত সমলৰ অভাৱ নাই যদিও আমাৰ মাতৃভাষা অসমীয়া মাধ্যমত সহজ সৰলকৈ সকলোৱে বুজি পোৱাকৈ সমলৰ যথেষ্ট অভাৱ । সেইয়েহে আমি প্ৰয়াস কৰিছোঁ যাতে আমাৰ নিজৰ মাতৃভাষাত সকলো প্ৰয়োজনীয় সমল আপোনাসবৰ ওচৰত আগবঢ়াব পাৰোঁ আৰু আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী সকলো অন্য শিক্ষাৰ্থীৰ লগত সমানে সমানে খোজ দি সমানে আগ বাঢ়ি যাব পাৰে যাতে ভাষাৰ বাবে আমি পিছ পৰি ৰব নালাগে । ইয়াতে কেতিয়াবা খুট ৰখি যাব পাৰে । তাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ । কিয়নো অন্য ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁতে কেতিয়াবা আ - কাৰ ই - কাৰ থাকি গৈ সৰু সৰু ভূল হোৱাটো স্বাভাৱিক । কিন্তু যিমান পাৰোঁ শুদ্ধ শুৱলা অনুবাদ কৰি আপোনা সবৰ ওচৰত আগবঢ়াবলৈ যৎপৰোনাস্তি চেষ্টা নিশ্চয় কৰিম। লগতে কেতিয়াবা আমি ভিদিও সমূহত ব্যৱহাৰ কৰা ফটো , মেপ , টোকা বা তেনেধৰণৰ অনান্য কিছু সামগ্ৰী (মেটাৰিয়ল) অন্য উৎসৰ পৰা লব লগা হব পাৰে সেয়েহে তেনে ক্ষেত্ৰত তেনে উৎসৰ স্বতাধিকাৰী জনে সেইয়া COPYRIGHT হিচাপে নধৰি শিক্ষাৰ ক্ষেত্ৰত এয়া এক নৱ সংযোগ বুলিহে ধৰে যেন। ধন্যবাদ । গৌৰী শংকৰ FACEBOOK PAGE INSTAGRAM PAGE DIGITAL BOARD - EKIN ADRE RESULT 2025 ADRE CUT OFF 2025 ADRE 2.0 FINAL RESULT 2025 #ASSAM #ASSAMHISTORY #ASSAMCOMPETITIVEEXAM #ASSAMGEOGRAPHY #ASSAMECONOMY #ASSAMARTANDCULTURE #ASSAMGK #ASSAMPOLITY #INDIANHISTORY #INDIANGEOGRAPHY #INDIANPOLITY #INDIANECOMONY #INDIANARTANDCULTUR #ASSAMSTATIKGK #INDIANSTATIKGK #WORLDHISTORY #WORLDGEOGRAPHY #WORLDECONOMY #WORLDPOLITY #WORLDSTATIKGK #ASSAMNEES #APSC #ADRE #ASSAMPOLICE #ASSAMTET #DME #APDCL #UPSC #SSCGD #SSCCHSL #SSCCGL #ALLINASSAMESE #GOURISANKAR #MATHSINASSAMESE #REASONINGINASSAMESE #GSINASSAMESE #ASSAMESEMEDIAM #HISTORY #GEOGRAPHY #POLITY #ECONOMY #ASSAMCURRENTAFFAIRES #CURRENTAFFAIRES #CURRENTAFFAIRESINASSAMESE #CURRENTAFFAIREFORAPSC #STATIKGK #Assam history mcq for competitive exams #Maths for assam competitive exams #Assam 1year current affairs #Assam economy current affairs #Assam police current affairs #Assam direct recruitment result #Assam scheme for competitive exams #Study motivation in Assamese #Assam geography important questions #English grammar for competitive exams