У нас вы можете посмотреть бесплатно ♦️ ৰাইজৰ দললৈ বল ঠেলি গা এৰা দিলে নেকি গৌৰৱ গগৈয়ে? কাৰ বাবে গাঁঠি লাগিছে বিৰোধী মিত্ৰতাত? или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
♦️ ৰাইজৰ দললৈ বল ঠেলি গা এৰা দিলে নেকি গৌৰৱ গগৈয়ে? কাৰ বাবে গাঁঠি লাগিছে বিৰোধী মিত্ৰতাত? ♦️ ভূপেন বৰাৰ ঘৰলৈ কিয় গৈছিল? মুখ্যমন্ত্ৰীৰ এজেণ্টক ইমান গুৰুত্ব কিয়? কিয় ৰাহুল গান্ধীৰে ফোনত কথা পতাইছিল? প্ৰদেশ কংগ্ৰেছৰ ওপৰত খৰ্গহস্ত হাইকামাণ্ড। ♦️ জুবিন গাৰ্গৰ ন্যায়ৰ নামত ৰাজনীতি। নিৰ্বাচনৰ আগত ফাষ্টট্ৰেক আদালতৰ আঁৰত ভোটৰ ৰাজনীতি। ♦️ দোষমুক্ত হ’ল অৰবিন্দ কেজৰিৱাল আৰু মনিষ চিছ’ডিয়া। আৱকাৰী নীতি কেলেংকাৰীৰ প্ৰমাণ দিব নোৱাৰিলে তদন্তকাৰী সংস্থাই। ♦️ কেজৰিৱালক ধৰিবলৈ গৈ নিজেই ফচিল চি বি আই। দোষমুক্ত হ’ল অৰবিন্দ কেজৰিৱাল, অভিযুক্ত হ’ল চি বি আই। ♦️ আফগানিস্তানৰ ওপৰত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক। আফগানিস্তান-পাকিস্তানৰ যুদ্ধত মধ্যস্থতাকাৰীৰ ৰূপত ইৰাণ। ---সৱিশেষ ৰাউণ্ড দ্য ক্লকত