У нас вы можете посмотреть бесплатно হুঁচৰি বিহুগীত | Bihu husori gaan | Non stop или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Assamese horinam new👉যদি গানটো শুনি ভাল পাইছে তেন্তে 👍Like/⤵️Share আৰু ⏸️Subscribe কৰিবলৈ নাপাহৰিব।।👉লগতে কাষত থকা Bell Icon🔔 টোত Touch কৰি All কৰি দিবলৈ । Bihu, the most reverted festival of Assam State is celebrated with a lot of gaiety and show. The festival celebrates the harvest season mainly. Bihu geet forms an integral part of the festival, which is close to the heart of all Assamese. Here we present a list of melodious Bihu festival songs which are sung along with pleasant sound of Indian musical instruments. Wind full of celebration is incomplete without these Bihu songs sung to express happiness during festivities enjoyed to celebrate the harvest season. The Bihu song lyrics adorn the lips of all who enjoy the music along with Husori in the village along with singing and dancing to the traditional music of toka, gagan, dhol and pepa like instruments. ৰঙালী বিহুৰ লগতে সংগতি ৰাখি বছৰে বছৰে অসংখ্য বিহু গীত আমাৰ মাজলৈ আহে। তাৰমাজৰে কিছু গীত আমাৰ চিৰ সেউজ হৈ ৰয়, যি দশকৰ পিছতো নতুন আৰু জনপ্ৰিয়তাৰ শীৰ্ষত থাকে। শৈশৱৰ সময়তে শুনি অহা তেনে কিছু গীত আপোনালোকৰ মাজলৈ আগবঢ়াইছো। আশা কৰোঁ আপোনালোকে ভাল পাব। গীত সমূহ বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে বাবে সকলোৰে অনুমতি লোৱাটো সম্ভৱ নহল, আশা কৰিম মোৰ এই কাৰ্যই আপোনাসৱক আঘাত নিদিব। আশা কৰিছোঁ আপুনি নিশ্চয় এই উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য পুৰণি কৃষ্টি সস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব । ধন্যবাদ । BIHU GEET NON STOP ¶¶ পুৰণি জনপ্ৰিয় বিহু গীত ¶¶ ASSAMESE BIHU SONG #Assamesedance, #assamesesong#fagunfagun