У нас вы можете посмотреть бесплатно ডুমডুমাতএটি কলি দুটি পাত আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌 চাহ বাগিচাৰ অতিৰিক্ত দুহাজাৰ মহিলালৈ আগবঢ়োৱা হব অৰুণোদয়ৰ ধন 📌 ডুমডুমাত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰীয়ে চাহ বাগিচাৰ ৰাইজক দিলে এই সুখবৰ 📌 অনাগত সময়ত চৰকাৰে বাগিচাৰ ৰাইজক দাইল, নিমখ, চেনী আৰু মিঠাতেল সম্পূূৰ্ণ বিনামূলীয়াকৈ আগবঢ়াব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ 📌 ডুমডুমাত ৩৩ হাজাৰ চাহ শ্ৰমিক আৰু কৰ্মচাৰীক ৫ হাজাৰ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ 📌 সমগ্ৰ অসমত মুঠ ৬ লাখ ৩ হাজাৰ ৯২৭ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এটি কলি দুটি পাত আঁচনিৰ ধন 📌 অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিছে এই আঁচনি Like the official facebook page of News Live: / newslivetvofficial Follow News Live on twitter: / newsliveghy Connect to our instagram account: / newsliveghy Visit our website for all news updates: http://newslivetv.com/