У нас вы можете посмотреть бесплатно আমৰ ফুল সৰা কেনেকৈ বন্ধ কৰিব 🥭 | Mango Flower Drop Causes & What to Do (February Mango Organic Care) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
এই ভিডিঅ’টোত আম গছৰ ফুল কিয় সৰি পৰে সেইটো সহজ ভাষাত বুজাইছো। ফেব্ৰুৱাৰী মাহত আম গছ ফুলৰ ষ্টেজত থাকোতে কিছুমান ফুল সৰি যোৱাটো স্বাভাৱিক, কিন্তু কেতিয়া এইটো সমস্যা হয় আৰু কেতিয়া নহয়—এই সকলো কথা এই ভিডিঅ’টোত আলোচনা কৰা হৈছে। এই ভিডিঅ’টোত আপুনি জানিব: আম গছৰ ফুল সৰি পৰাৰ স্বাভাৱিক কাৰণ কেতিয়া ফুল সৰা চিন্তাৰ বিষয় বেছি পানী বা পানীৰ অভাৱ কেনেকৈ ফুল সৰায় ভুল স্প্ৰে আৰু সাৰ ব্যৱহাৰৰ প্ৰভাৱ বতৰ, বতাহ আৰু পৰাগায়নৰ ভূমিকা এই সময়ত কি কৰিব আৰু কি নকৰিব এইটো ফেব্ৰুৱাৰী–মাৰ্চ মাহৰ আম গছৰ যত্নৰ এটা গুৰুত্বপূৰ্ণ অংশ। আগলৈ ফল ধৰাৰ সময়ত যত্ন, ফল সৰি পৰাৰ সমস্যা আৰু সমাধানৰ ভিডিঅ’ আহিব। 👉 মাহভিত্তিক আম গছৰ যত্নৰ ভিডিঅ’ পাবলৈ চেনেলটো Subscribe কৰক 🌱 👇 আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলত COMMENT কৰক। Also Watch: • 🥭আম গছত অধিক ফুল আৰু ফল পাবলৈ ডিচেম্বৰ–জান... • 🥭কেমিকেল নোহোৱাকৈ আম গছৰ পোক-পতঙ্গ নিয়ন্ত্... In this video, I explain why mango flowers drop, what is normal, what is a problem, and what to do during the flowering stage in February–March, especially for Assam climate. SHOPPING: Neem Oil Concentrate 1500 PPM: https://amzn.to/4a10EaZ https://amzn.to/4rtApzK https://amzn.to/4a6lSTv Mango Miyazaki: https://amzn.to/3Z7LOsX Mango Langra: https://amzn.to/4rhHD9U Mango Gir Kesar: https://amzn.to/4rhHFyy Chapters 0:00 পাতনি 0:45 ফুল সৰা স্বাভাৱিক 2:04 সমস্যা কেতিয়া হয় 2:28 ফুল সৰা কাৰণ আৰু সমাধান ১ 4:24 ফুল সৰা কাৰণ আৰু সমাধান ২ 5:39 ফুল সৰা কাৰণ আৰু সমাধান ৩ 7:02 ফুল সৰা কাৰণ আৰু সমাধান ৪ 8:06 ফুল সৰা কাৰণ আৰু সমাধান ৫ 9:26 ফুল সৰা কাৰণ আৰু সমাধান ৬ 11:13 ফুল সৰা কাৰণ আৰু সমাধান ৭ 12:14 ফুল সৰা কাৰণ আৰু সমাধান ৮ 14:35 মূল কথাবোৰ 16:52 সামৰণি Contact Me: Whatsapp: 7399880066 📧 Email: assamesefarmerhitupal@gmail.com #MangoFlowerDrop #আমখেতি #MangoCare #MangoFarming #OrganicTips #AssamGardening #AssameseFarmerHitupal #আমফুলসৰা