У нас вы можете посмотреть бесплатно SSC GD MATH PYQ | অসমীয়াত | #4| Math Practice Set with Short Trick | Subaba | By Suprasanna | или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
নমস্কাৰ বন্ধুসকল! Welcome to Subaba! মই সুপ্ৰসন্ন, আৰু আজিৰ পৰা আমি SSC GD পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা বিশেষ ১০-টা খণ্ডৰ (10-video series) PYQ ছিৰিজ আৰম্ভ কৰিছোঁ। 🎯 এয়া হৈছে Part 4, য'ত আমি SSC GD ৰ বিগত বৰ্ষৰ গণিতৰ প্ৰশ্নসমূহ (Maths PYQ) অসমীয়াত একেবাৰে সহজ Shortcut Trick ৰে সমাধান কৰিম। পৰীক্ষাত কেনেকৈ কম সময়ত প্ৰশ্নবোৰ সমাধান কৰিব পাৰি, সেইটোৱেই আমাৰ মূল লক্ষ্য। ⏱️💡 📌 এই ছিৰিজটোত কি থাকিব? SSC GD ৰ বিগত বৰ্ষৰ প্ৰশ্নৰ পুংখানুপুংখ সমাধান 10 খন গুৰুত্বপূৰ্ণ PYQ ভিডিঅ'ৰ শৃংখলা অসমীয়া ভাষাত সহজ বুজনি আৰু Shortcut Tricks আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ প্ৰস্তুতিত সহায় কৰিব। পৰৱৰ্তী 9 খন ভিডিঅ' চাবলৈ চেনেলটোৰ সৈতে সংযুক্ত হৈ থাকক! 👍 যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে Like কৰক, আপোনাৰ বন্ধুসকলৰ সৈতে Share কৰক, আৰু Subaba চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে Comment ত জনাব! ধন্যবাদ! 🙏 ~ Suprasanna #SSCGD2025 #SSCGDMaths #SSCGDAssamese #PYQSolutions #Subaba #Suprasanna #AssamPolice #MathsShortcuts