У нас вы можете посмотреть бесплатно মৃণাল তালুকদাৰৰ সৈতে জনমত |part 4 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
গৌৰৱ গগৈৰ যোৰহাট নিৰ্বাচনে বিবুধিত পেলাইছে বিজেপিক! সাংসদ এৰি বিধায়ক হ’ব কিয় মন কৰিছে গৌৰৱ গগৈয়ে? বিধায়ক হ’ব খোজা গৌৰৱ গগৈয়ে উজনিত কি বাৰ্তা দিব বিচাৰিছে?ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজিব নেকি? হিতেন-অংকুৰ-শান্তনুৱে পাৰিবনে গৌৰৱক যোৰহাটত! গৌৰৱ গগৈৰ আগৰ ঢৌ অক্ষুন্ন আছেনে? যদি গৌৰৱ জিকে, তেন্তে অসমে এজন সুদক্ষ সাংসদ হেৰুৱাব! ‘পাকিস্তানী এজেণ্ট’ক লৈ বিজেপিৰ মহা বিড়ম্বনা বিজেপিয়ে নিবিচৰাকৈয়ে যোৰহাট হৈ পৰিল নিৰ্বাচনী কেন্দ্রবিন্দু যোৰহাটত কোন হ’ব গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী? বিজেপিৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম মুখ্যমন্ত্ৰীয়ে কোৱা সাধাৰণ ঘৰৰ ল’ৰাজন পবিত্ৰ মাৰ্ঘেৰিটা হয়নে? সমষ্টিটোত সক্ৰিয় ৰূপত দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক ৰাইজৰ দললৈ বিৰোধীৰ সন্মিলিত বাৰ্তা লাইনত শাৰী পাতি থিয় হোৱা, নহ’লে বিদায় অগপৰ বিত্ত সম্পাদক কংগ্রেছৰ প্রাৰ্থী পবিত্র মাৰ্ঘেৰিটা প্ৰাৰ্থী নহয়, তেনেহ’লে সাধাৰণ ল’ৰাজন কোন? মৃণাল তালুকদাৰৰ সৈতে জনমত |part 4 #pratidintimelive