У нас вы можете посмотреть бесплатно Surat Magan Bhayal Rati___ Karaoke _-__ সুৰাত মগন ভয়াল ৰাতি___ কাৰাউকে или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Welcome to B.k Tv Music ♬ Please Like👍, Share ↗️ &Subscribe 👆 / channel 🙏🏻 নমস্কাৰ 🙏🏻 সমুহ YouTube দৰ্শকক B.K TV MUSIC চেনেললৈ স্বাগতম । কাৰাউকে ট্ৰেক মিউজিকৰ বাবে যোগাযোগ কৰক whatsapp no.06003543513 / 09678175184 নম্বৰলৈ আৰু নতুন নতুন ভিডিও আপলোড দিয়াৰ লগে লগে Notification ৰ দ্বাৰা পোৱাৰ বাবে অনুগ্ৰহ কৰি চেনেলটো সাব্স্ক্ৰাইব কৰক প্ৰতিটো ভিডিও ত এটা কৈ লাইক কৰক । ধন্যবাদ। । Song : Xurat mogon ( সুৰাত মগন ) Singer : Jayanta Hazarika Written by Dr. Bhupen Hazarika Xurat Mogon Lyrics : ---- সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল , মই যেন এক ৰ'দৰ বিলাপ শব্দৰ সমদল । চন্দ্ৰ তৰাক থাপ মাৰি আনি থেকেচি পেলাবৰ হ'ল , সূর্যমুখীয়ে সজাব কাহানি বেথাৰ সমাধি তল । নিয়ম পিয়াসী সন্তানবোৰে নিয়ম নমনা হ’ল মাতৃৰ চকু ঘন কুৱঁলীৰ গহ্বৰ হৈ গ'ল । শগুণে সদায় সভাকে পাতে ভাষণ পৰি ৰ'ল , দিনবোৰ আমাৰ মৃত হৰিণৰ বেঁকা শিং যেন হ'ল । মই যেন এক ৰ'দৰ বিলাপ শব্দৰ সমদল ।।