У нас вы можете посмотреть бесплатно মুম্বাই নানাৱতী মেক্স চুপাৰ স্পেচিয়েলিটী হাস্পতালে গুৱাহাটীত মুকলি কৰিলে বিশেষ চিকিৎসা সেৱা или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
মুম্বাই নানাৱতী মেক্স চুপাৰ স্পেচিয়েলিটী হাস্পতালে শনিবাৰে গুৱাহাটীত বিশেষ চিকিৎসা সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। অনক'লজী আৰু একাধিক অংগ সংৰোপণৰ OPD ( বহি:বিভাগ) গুৱাহাটীত মুকলি কৰা হয়। এই বিশেষ সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে "নানাৱতী মেক্স ইনষ্টিটিউট অৱ কেন্সাৰ কেয়াৰ"ৰ Surgical Oncology বিভাগৰ মুৰব্বী আৰু Urology & Gynaecology Oncosurgery বিভাগৰ প্ৰধান সঞ্চালক ডা: হেমন্ত টঙাওনকাৰ আৰু Head & Neck Oncology বিভাগৰ প্ৰধান সঞ্চালক ডাক্তৰ দেবেন্দ্ৰ চাউকাৰ।