У нас вы можете посмотреть бесплатно Village Vlog: বাৰীৰ মটৰ, দোকান আৰু মোৰ কিছু মনৰ কথা 🏡 🌿 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
নমস্কাৰ বন্ধু-বান্ধৱীসকল! 🌸 আজিৰ এই সৰু ভ্লগটোত মই আপোনালোকক মোৰ দিনটোৰ কিছু মূহূৰ্ত দেখুৱাইছোঁ। আজিৰ ভিডিঅ’টোত আছে: আমাৰ বাৰীৰ পৰা সতেজ মটৰ (Peas) ছিঙিলোঁ, কাৰণ ভণ্টীৰ ঘৰলৈ যাব লাগে আৰু তাইৰ বাবে অলপ নিব বিচাৰিছোঁ। 🌿🧺 মোৰ দোকানখনৰ পৰিৱেশ আৰু কিছু কাম-কাজ। 🏪 শেষত আপোনালোকৰ সৈতে পাতিবলগীয়া কিছু নিজৰ মনৰ কথা। ✨ আশা কৰোঁ গাঁৱৰ এই সহজ-সৰল মূহূৰ্তবোৰ দেখি আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ’টো ভাল পায়, তেন্তে LIKE এটা কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ’ চাবলৈ মোৰ চেনেলটো SUBSCRIBE কৰি থব। ধন্যবাদ! 🙏 ----------------------------------------------------------------------------------- #AssameseVlog #VillageLife #HomeGarden #FreshVegetables #DailyVlog #Assam #VillageVlog ----------------------------------------------------------------------------------- Connect with me on Instagram: https://www.instagram.com/babasnwl_of...