У нас вы можете посмотреть бесплатно কলিয়াবৰৰ পৰা যদুমণি শইকীয়াৰ GROUND ZERO REPORT|Part 2 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
একেৰাহে ২০ বছৰ ধৰি কলিয়াবৰৰ বিধায়ক হৈ আছে মন্ত্রী কেশৱ মহন্ত বিশ্বাস কৰেনে, আজিও জান-জুৰিৰ পানী খায় কলিয়াবৰৰ বহু লোকে জান-জুৰিৰ পানী আনিবলৈ যোৱাটোও আমদাংগাবাসীৰ বাবে আন এক সংগ্রাম ৫৫ বছৰে লাভৰ মুখ দেখি অহা শিলঘাটৰ মৰাপাটকলটো বন্ধ হ’ল দৰমহা নাপাই হাহাকাৰ মৰাপাটকলৰ কৰ্মচাৰীৰ মৰাপাটকলটো সম্পূৰ্ণৰূপে বন্ধ হ’লে কাৰ কি লাভ হ’ব? কলিয়াবৰ-কাজিৰঙা সংযোগী ৰাষ্ট্রীয় ঘাইপথ বিকল্প স্থানেৰে নিৰ্মাণৰ যো-জা কিয় স্থানীয় বাসিন্দাক গুৰুত্ব দিয়া নাই মন্ত্রী কেশৱ মহন্তই? সকলো সামৰি কলিয়াবৰৰ পৰা যদুমণি শইকীয়াৰ GROUND ZERO REPORT|Part 2 #PratidinTimeLIVE