У нас вы можете посмотреть бесплатно Anuprerona Episode08|PUB KARANGA ME SCHOOL|Dr HIRANYA NATH| |Sam Houston State University,USA или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অসমৰ চৰকাৰী শিক্ষা খণ্ডৰ অত্যাধুনিক আন্তঃগাথঁনিৰ উত্তম প্ৰয়োগেৰে পূৱ কৰঙা মধ্য ইংৰাজী বিদ্যালয়ে ব্যতিক্ৰমী চিন্তাধাৰাৰে 'অনুপ্ৰেৰণা' নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰি আহিছে।এই অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীৰ লগত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰি ছাত্ৰ-ছাত্ৰীৰ মনোবল তথা আত্মবিশ্বাস বৃদ্ধি লগতে তেওঁলোকক অভিৰোচিত কৰাৰ প্ৰয়াস কৰি আহিছে। অনুষ্ঠানটোৰ প্ৰথম অতিথি আছিল লাভলীনা বৰগোহাঁই, দ্বিতীয় খণ্ডৰ অতিথি আছিল বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ শাৰীত নিজকে প্ৰতিষ্ঠিত কৰা বিশিষ্ট বিজ্ঞানী ড° পূৰ্ণ কান্ত বৰুৱা, তৃতীয় অতিথি আছিল বিশিষ্ট গল্পকাৰ, প্ৰশাসনিক বিষয়া আৰণ্যক শইকীয়া (IAS), চতুৰ্থ খণ্ডৰ অতিথি আছিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বাইদেউ, পঞ্চম খণ্ডৰ অতিথি আছিল অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া। অনুপ্ৰেৰণাৰ ষষ্ঠ খণ্ডৰ অতিথি আছিল টেক্সাছ বিশ্ববিদ্যালয়ৰ ৰ'ব'টিক্স আৰু বৌদ্ধিক ব্যৱস্থাপনা কেন্দ্ৰৰ জেষ্ঠ গৱেষক বিজ্ঞানী ড° শেখৰ সুমন বৰা।অনুপ্ৰেৰণাৰ সপ্তম খণ্ডৰ অতিথি হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণ দ্বীপ। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট সাহিত্যিক, সমালোচক ময়ূৰ বৰা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই অনুষ্ঠানটোৰ শলাগ লয়। অনুপ্ৰেৰণাৰ এই অষ্টম খণ্ডটিৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট অৰ্থনীতিবিদ, আমেৰিকাৰ ছেম হিউষ্টন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° হিৰণ্য নাথ ডাঙৰীয়া। With the best utilization of the advanced infrastructure of the Assam government’s education department, Pub Karanga ME School has been organizing a unique program named “Anuprerona” with an innovative vision. In this program, eminent personalities who have made remarkable contributions in different fields of Assam interact with students through video conferencing, with the aim of boosting their morale, self-confidence, and inspiring them. The first guest of the program was Lovlina Borgohain; the second guest was the distinguished scientist Dr. Purna Kanta Boruah, who is recognized among the world’s top 2% scientists; the third guest was noted storyteller and administrative officer Aranyak Saikia (IAS); the fourth guest was popular actress Prastuti Parashar; the fifth guest was former Director General of Assam Police, Bhaskar Jyoti Mahanta Sir,The guest of the sixth edition of Anuprerona was Dr. Shekhar Suman Borah, Senior Research Scientist at the Centre of Robotics and Intelligent Systems, University of Texas. The guest of the 7th edition of Anuprerona is renowned Assamese Singer Prandeep. The guest of the 8th edition is Dr Hiranya Nath, Professor of Economics, Sam Houston State University,USA The program has also received appreciation from eminent litterateur Anuradha Sharma Pujari, noted writer and critic Mayur Bora, and the president of the All Assam Students’ Union, Utpal Sharma. TEAM ANUPRERONA: Binit Kumar Bora Program Coordinator Debanga Jyoti Bora Head Teacher Papori Bora Munmi Buraguhain Mamoni Gogoi Manjula Bora Bharali Chinmoyee Saikia Purnima Gogoi Jyotshna Saikia Bitopan Bora (CRCC)