У нас вы можете посмотреть бесплатно ড° ভূপেন হাজৰিকাক বুজিবলৈ চেষ্টা কৰিলোঁ! || Legendary stories of Bhupen Hazarika || Aboyob Bhuyan или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
👉🏻 ড° ভূপেন হাজৰিকা অসমৰ পৰা ওলাই নোযোৱাহেঁতেন অসমে কি হেৰুৱালেহেঁতেন? 👉🏻 সুধাকণ্ঠৰ সংগীত কেৱল সংগীত নহয়, সমাজ সংস্কাৰৰ এক মাধ্যম। 👉🏻 পল ৰবছনে গীটাৰখনক লৈ দিয়া ব্যাখ্যাই কিদৰে অনুপ্ৰাণিত কৰিছিল ড° ভূপেন হাজৰিকাক? 👉🏻 ‘সাগৰ সংগমত’ সাঁতুৰি সুধাকণ্ঠই ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ক গীতৰ মাধ্যমেৰে টেমছৰ দেশত দি গ'ল এক অনন্য পৰিচিতি। 👉🏻 “নৈতিকতাৰ স্খলন দেখিও” কিয় নিমাত বুলি ব্ৰহ্মপুত্ৰক তিৰস্কাৰ কৰা ভূপেন হাজৰিকাৰ গীতৰ কথা কিমান শক্তিশালী আছিল! 👉🏻 সমগ্ৰ বিশ্বক নিজৰ ঘৰ বুলি ভবা 'যাযাবৰ' গৰাকীয়ে কিদৰে সংগীতক যোগাত্মক সমালোচনাৰ মাধ্যম হিচাপে লৈছিল তাৰেই এক গভীৰ অৱলোকন কৰিম এই ভিডিঅ'ত। ***** Connect with Aboyob on, 👉🏼 Instagram: / aboyobbhuyan 👉🏼 Twitter: / aboyobbhuyan *****