У нас вы можете посмотреть бесплатно ‘মায়াবিনী’ ৰেকৰ্ড কৰাৰ দিনা ষ্টুডিঅ’ত কি কৰিছিল জুবিনে? или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অৱহেলা-তাচ্ছিল্যত এদিন হুকহুকাই কান্দিছিল জুবিনে । যোৰহাটত নিশাৰ ৰাজপথত চিঞৰি চিঞৰি গান গাইছিল জুবিনে। বুকুত সুমুৱাই জুবিনক নিজৰ বিছনাত শুৱাইছিল এজন ব্যক্তিয়ে।অনামিকা’-‘মায়া’ৰ সৃষ্টিৰ আগৰে পৰা জুবিনৰ সৈতে আছিল মানুহজন । ‘মায়াবিনী’ ৰেকৰ্ড কৰাৰ দিনা ষ্টুডিঅ’ত কি কৰিছিল জুবিনে? বুকুত শিল বান্ধি আজি মুখ খুলিছে কেতিয়াও পোহৰলৈ নহা কথাবোৰ, সৃষ্টিৰ আঁৰৰ বেদনাবোৰ । সদায় লগত যোৱা মানুহজনক এইবাৰ কিয় নিয়া নহ’ল ছিংগাপুৰলৈ? ছাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মাৰ মুখেৰে ‘জুবিন কথা’। #ZubeenGarg #JusticeForZubeenGarg #assam #jorhat #assamtalksdigital