У нас вы можете посмотреть бесплатно খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য- নিয়মীয়া নিযুক্তি ১লাখ ৬৫ হাজাৰ আমি দিবলৈ সক্ষম হ'লো। অসম ৰাজ্য স্থাপন হোৱাৰ পৰা আজিলৈকে অসমত কেতিয়াও এনেধৰণৰ নিযুক্তি হোৱা নাছিল । আৰু নিযুক্তিৰ লগতে নিকা নিযুক্তি । ইমান ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া ৰাজ্যত কেতিয়াও হোৱা নাছিল। নিযুক্তিক লৈ ৰাজ্যৰ যুৱ শক্তিৰ মাজত এটা নতুন আশা আৰু আকাংক্ষাৰ সৃষ্টি হৈছে । আমাৰ চেষ্টা হ'ব অহা ৫ বছৰতো আমি এই নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ। #PratidinTime #Khanapara #AssamNews #HimantaBiswaSarma