У нас вы можете посмотреть бесплатно বিশিষ্ট ব্যঞ্জন বৰ্ণ|Assamese special consonant|For NET_SET_TET_APSC_PG_EXAM|Dr.Bindu Bhushan Borah или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Topic: There are 41 consonants in Assamese language. But the numbers of special consonants are 21. If wa(ৱ) and ya(য়) are added then it wil bee 23. Assamese is a common language of Assam state of India. It is the state language of Assam. This language is used by almost all the people of north-east India in their own tune and speciality. In this video I have clearly explained about the Assamese special consonants. Hope, the discussion will be fruitfully for all the students of higher studies, specially who are going ti appare in the NET, SET, TET, APSC examination. It will helps the new learners also. Hope, You will enjoy the video. If you like, please share and subscribe my channel. বিষয় : অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ 41টা। কিন্তু বিশিষ্ট ব্যঞ্জনবৰ্ণ অৰ্থাৎ মুখ্য ধ্বনিবিশিষ্ট বর্ণ 21টা। অৰ্ধস্বৰ ৱ আৰু য়-ক ধৰিলে মুঠ ২৩টা। অসমীয়া ভাষাটো ইণ্ডোয়ুৰোপীয় ভাষা-পৰিয়ালৰ অন্তৰ্গত আৰ্য্যমূলীয় ভাষা হ'লেও মংগোলীয় নৃগোষ্ঠীৰ চীনতিব্বতীয় ভাষাৰ প্ৰভাৱৰ লগতে নানান আঞ্চলিক ৰূপৰ প্ৰভাৱত মান্যৰূপটোলৈ বহুবোৰ বিচিত্ৰতা আহিছে। ফলত অসমৰ ভিতৰতে, অসমীয়াভাষীৰ মাজতে অসমীয়া বৰ্ণৰ উচ্চাৰণৰ ভিন্নতা দেখা যায়। সেয়ে এই ভিডিঅ'টোত অসমীয়া বিশিষ্ট ব্যঞ্জনবৰ্ণৰ বিষয়ে বিস্তৃত আলোচনা আৰু অনুশীলন কৰা হৈছে। মই নিশ্চিত, এই পাঠটো চোৱাৰ পাছত আপুনি নিশ্চিতভাৱে উপকৃত হ'ব। আশাকৰোঁ, ভিডিঅ'টোৰ পৰা বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক, গৱেষক, অভিভাৱক উপকৃত হ'ব! উপকৃত হ'লে পৰৱৰ্তী সময়ত মই কি বিষয়ত আলোচনা কৰিলে ভাল পাব মন্তব্য কৰিব, ভিডিঅ'টো আনলৈ বিলাই দিব আৰু চেনেলটো subscribe কৰি বেল আয়কনত স্পর্শ কৰিব। আজি আমি জানিম : ★ নিয়ত ধ্বনি, ★ অনিয়ত ধ্বনি, ★ দ্রৱ ধ্বনি, ★ স্পর্শ বর্ণ, ★ নাসিক্য বর্ণ, ★ অল্পপ্রাণ ধ্বনি, ★ মহাপ্রাণ ধ্বনি, ★ ঘোষ ধ্বনি, ★ অঘোষ ধ্বনি, ★ উষ্ম ধ্বনি, ★ পার্শ্বিক ধ্বনি, ★ কম্পিত ধ্বনি, ★ অর্ধস্বৰ, ★ ৰূপান্তৰিত ব্যঞ্জন, ★ ধ্বনি বিশেষত্ব নথকা বৰ্ণ …………………………………………… উপস্থাপন : ★ ছ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, য, ড়, শ, ষ - এই ১২টা ব্যঞ্জন বর্ণৰ ধ্বনিৰ বিশেষত্ব অসমীয়া ভাষাত নাই। ★ ত-ৰ সলনি ৎ; ৰ, স, হ-ৰ সলনি : ; ঙ, ঞ, ণ, ন, মৰ সলনি ং আৰু ঁ ব্যৱহাৰ কৰা হয় বাবে ৎ,ং, : আৰু ং-ক ৰূপান্তৰিত ব্যঞ্জন বোলে। ★ নিয়ত ধ্বনি : প, ফ, ব, ভ, ত, থ, দ, ধ, ক, খ, গ, ঘ = ১২ ★ অনিয়ত ধ্বনি : ম, ন, ঙ, চ, জ, স, হ, ৰ, ল, ৱ, য় = ১১ ★ স্পৰ্শ বর্ণ : প, ফ, ব, ভ, ত, থ, দ, ধ, ক, খ, গ, ঘ = ১২ (কিছুমান ব্যাকৰণ পুথিত "ব্যঞ্জনবৰ্ণবোৰৰ ক-ৰ পৰা ম-লৈকে ২৫টা বৰ্ণ উচ্চাৰণ কৰোঁতে ধ্বনি প্ৰযত্নত জিভাই মুখ বিবৰৰ যিকোনো অংশ স্পৰ্শ কৰে আৰু ওঁঠৰ সংকোচন, ঘৰ্ষণ আদি হয় কাৰণে ইহঁতক স্পৰ্শ বৰ্ণ বোলে।" বুলি আছে। সেই সজ্ঞা অনুসৰি অসমীয়া স্পর্শ বৰ্ণ কৰ পরা মলৈ মুঠ ২৫টা। অৱশ্যে এই সিদ্ধান্তটোক ভাষাবিদ গোলোক চন্দ্ৰ গোস্বামী প্ৰমুখ্যে আধুনিক ভাষাবিজ্ঞানীসকলে সন্দেহ ব্যক্ত কৰা দেখা যায়।) ★দ্ৰৱ ধ্বনি : নাসিক্য- ম,ন,ঙ; কম্পিত- ৰ, পাৰ্শিক- ল এইকেইটাক একেলগে দ্ৰৱ ধ্বনি বোলা হয়। ★ অঘোষ বর্ণ : প,ফ,ত,থ,ক,খ,চ,স। ★ ঘোষ বর্ণ : ব,ভ,ম,দ,ধ,ন,গ,ঘ,ঙ,জ,হ,ৰ,ল,ৱ,য়। ★ অল্পপ্রাণ বর্ণ : প,ব,ত,দ,ক,গ। ★ মহাপ্ৰাণ বর্ণ : ফ,ভ,থ,ধ,খ,ঘ। …………………………………………… #ব্যঞ্জনবৰ্ণ #বিশিষ্ট_ব্যঞ্জনবৰ্ণ #bindu_bhushan_borah #কখগঘ #assamese_major_class #assamese_special_consonants #tet_exam_2021 #net_exam #set_exam #অসমীয়া_ব্যঞ্জনবৰ্ণ #assamgk #Knowledge_of_Assamese_language #dibrugarh_university_campus #gauhati_university #HS_1st_year_assamese_class #HS_2nd_year_assamese_class #assamese_Major #assamese_for_High_school #assamese_for_hs_school #assamese_for_college_students #assamese_for_University_students Related Playlist: 1. General Knowledge: • General Knowledge 2. Motivational Videos: • Motivational Videos 3. অসমৰ বৰেণ্য সাহিত্যিক: • অসমৰ বৰেণ্য সাহিত্যিক 4. ভাষা-শিক্ষা Language training: • ভাষা-শিক্ষণ Language Training 5. ব্যাকৰণৰ পাঠ: • ব্যাকৰণৰ পাঠ Related video link: 1. চন্দ্ৰবিন্দুৰ ব্যৱহাৰবিধি • চন্দ্ৰবিন্দুৰ ব্যৱহাৰ-বিধি। Use of Assames... 2. স্বৰবৰ্ণ আৰু বিশিষ্ট স্বৰবৰ্ণ • স্বৰবৰ্ণ আৰু বিশিষ্ট স্বৰবৰ্ণ। Assamese vo... 3. সাহিত্যৰ সংজ্ঞা • সাহিত্যৰ সংজ্ঞা ৷ Definition of literature... 4. ধ্ৰুৱবাদ • CLASSICISM ধ্ৰুৱবাদ ৷ সনাতনবাদ ৷ ধ্ৰুপদী স... My FB profile link: / bindubhushan.borah Instagram Account: @bindu_bhushan_borah Twitter Account: @bindu_borah If you like, please coment, share and subscribe my channel. Thanks for watching. পাঠটো ভাল পালে মৰম দিব; মন্তব্য কৰিব; আনলৈ বিলাই দিব; 'BINDU BHUSHAN BORAH' আপোনাৰ আপোন বা কামত অহা চেনেল যেন লাগিলে subscribe কৰিব। We all are winners. নিজে ভাবিলে প্ৰতিজন লোকেই বিজয়ী হ'ব পাৰে। সকলো ছাত্ৰ-ছাত্ৰীলৈ চেনেহ আৰু শুভেচ্ছাৰে- বিন্দু ভূষণ বৰা Bindu Bhushan Borah (M.A., Double, NET, SET, Ph.D.)