У нас вы можете посмотреть бесплатно যোৰহাটৰ পৰা হোৱাইট হাউছলৈ এক বৰ্ণিল যাত্রা, নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ত আজি ড০ ৰূপম শৰ্মা или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
যোৰহাটৰ পৰা হোৱাইট হাউছলৈ এক বৰ্ণিল যাত্রা প্রথমগৰাকী অসমীয়া হিচাপে হোৱাইট হাউছত সুযোগ পোৱা ব্যক্তি স্কুল আৰু কলেজীয়া শিক্ষা গ্রহণ কৰিছিল অসমীয়া মাধ্যমতে HSত অসমৰ ভিতৰত ৪ৰ্থ স্থান দখল কৰিছিল এসময়ৰ মেধাৱী ছাত্রজনে আজিৰ দিনত কেলিফ’ৰ্ণিয়াৰ CTO তেওঁ বিগত ৩২ বছৰে আমেৰিকাৰ নিৱাসী তেওঁ কম্পিউটাৰ ছায়েন্সৰ পৰা বৰ্ণাঢ্য সংগীতলৈকে AI, অ’টিজিমৰ পৰা ছবি নিৰ্মাণলৈকে... কেঞ্চাৰ নিৰ্মূল অভিযানৰ পৰা গীনিজ ৱৰ্ল্ড ৰেকৰ্ডলৈকে... এক বৰ্ণিল আৰু বৰ্ণাঢ্য পৰিক্রমাৰ ব্যক্তি তেখেত আজি ষ্টুডিঅ’ত ‘অভিমত’ৰ অতিথি তেওঁ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ত আজি ড০ ৰূপম শৰ্মা #Pratidintime #Assamnews #nitumonisaikia #rupamsarma #jorhat #whitehouse