У нас вы можете посмотреть бесплатно ৰাজ্যৰ ৰাজনীতি উত্তাল কৰা এটা বিষয়,মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ৰাজ্যৰ ৰাজনীতি উত্তাল কৰা এটা বিষয় গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ পাকিস্তান লিংক ! ISIৰ সৈতে সম্পৰ্ক আছে নেকি এলিজাবেথ ক’লবাৰ্ণৰ? ভাৰত বিৰোধী চক্রান্তত জড়িত নেকি সাংসদ গৌৰৱ গগৈও? ৰাজ্যিক কেবিনেটত এলিজাবেথ ক’লবাৰ্ণক লৈ আলোচনা দিল্লী-দিছপুৰৰ দুয়োখন চৰকাৰেই বিষয়টো গমেই পোৱা নাছিল নেকি? অৱশেষত মুখ্যমন্ত্রীৰ নিৰ্দেশত গোচৰ ৰুজু অসম আৰক্ষীৰ সঁচাকৈয়ে বিপদত পৰিব নেকি সাংসদ গৌৰৱ গগৈ আৰু পত্নী? গৌৰৱ গগৈ অথবা এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধে ৰুজু কৰা নাই গোচৰ পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেইখৰ বিৰুদ্ধেহে CIDৰ গোচৰ আলী তৌকিৰ শ্বেইখক বিচাৰি পাকিস্তানলৈ যাব নেকি অসম আৰক্ষী? অসম আৰক্ষীৰ চমনত গুৱাহাটীলৈ আহিবনে আলী তৌকিৰ শ্বেইখ? ৰাষ্ট্রীয় সুৰক্ষা নে ৰাজনৈতিক উদ্দেশ্যত এই বিস্ফোৰক অভিযোগ? বিষয়টোৰ লগত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰো কিবা সম্পৰ্ক আছে নেকি? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ #PratidinTime #Abhimat #nitumonisaikia