У нас вы можете посмотреть бесплатно Xuncheng 2026 || Hriday Bikash || Zibon Nirag || Sourav/Sushil || @official_Lyrical_Video || или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
/ @hridaybikashmusic Xunchen 2026 || Hriday Bikash || Zibon Nirag || Sourav/Sushil || @official_Lyrical_Video || Hemen Barman || Audio credit -- Singer - Hriday Bikash Lyrical & Composition - Sourav/Sushil Music - Zibon Nirag Mix Master- Esanu Sharma Guiter - Jupiter Flute - Anjan Medhi RECORDING: - Zero DB (RAJGHAR) Lyrical video - Zibon Bikash Poster - Minanga Das Contact for live show- 8011016560 Lyrics 👇👇👇👇 কাৰ চাৱনিত সোনচেং বুকুত বাজে গগনা কিমান মৰম দিলে তই হবি বুকুৰ বহনা )!! অহা যোৱা কৰিম কৰিম তোৰ ঘৰৰ আগেৰে দুবৰী বন মাৰিম মাৰিম তোক পোৱাৰ আশাৰে ক কচোন এবাৰ ভাবি কিনো পালি পাৰ মৰম এখন সাগৰ সাঁতুৰী তই নাপাবি পাৰ নাহৰ ফুলে বিহু আদৰে পলাশ ফুলে ফাগুণত কপৌ ফুলে মৰম লগাম এই বেলি ঐ বহাগত )!! গ গগনাখন কাটি আছোঁ আগলি বাঁহৰ বিহুৰ খোপাত তোক গুজি দিম তই যে মৰমৰ ক কচোন এবাৰ ভাবি কিনো পালি পাৰ মৰম এখন সাগৰ সাঁতুৰী তই নাপাবি পাৰ কপাহী কোমল তোৰ ওঁঠৰে হাঁহি টি আমনি কৰেহি বুজনে ৰাতি ৰাতি কলে কথা শুনিবি সোনজনী ভালে পাওঁ তোক কেতিয়া বুজিবি ক কচোন এবাৰ ভাবি কিনো পালি পাৰ মৰম এখন সাগৰ সাঁতুৰী তই নাপাবি পাৰ । SPECIAL THANKS , MAA, DEUTA BARNALI TALUKDAR MADHURI BARMAN RIMPI DEKA RAJUMONI BORAH HARAJIT MEDHI RAJIV MEDHI MUNNA PANDEY RIB RAJ Kaziranga Electronics all stuff And ALL MY WELL-WISHERS Don't Re Upload copyright ©️ 2025 HRIDAY BIKASH MUSIC Thanks for listening 👇👇 like, comment, share ♥️ Subscribe #newassamesesong #melody #newmelody #assamese #Hridoybikash #xuncheng #karsawonitxuncheng #justiceforzubeengarg #zubeengarg