У нас вы можете посмотреть бесплатно 'চল যাব স্কুল' শীৰ্ষক এক অভিযান । বোকাখাতত অসমচাচ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইক или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 'চল যাব স্কুল' শীৰ্ষক এক অভিযান । বোকাখাতত অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইকৰ উদ্যোগত এই অভিযানৰ কাৰ্যসূচী । বোকাখাতৰ গেলেকা বালিজান বনুৱা প্ৰাথমিক বিদ্যালয়ৰ আন্ত:গাঠনিৰ দূৰ্বলতা দেখি হতবম্ভ চাহ জনজাতি ছাত্ৰ সন্থা । আটছাৰ কেন্দ্ৰীয় সভাপতিৰ লগতে গোলাঘাট জিলা সমিতি আৰু বোকাখাত শাখা সমিতিৰ বহু কেইগৰাকী বিষয়ববীয়াৰ উপস্থিত থাকে। আটছাৰ সভাপতিজনে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক পেঞ্চিল, কলম আৰু মিঠাই বিতৰণ কৰে । #ATSA #assam #bokakhat #golaghatassam