У нас вы можете посмотреть бесплатно Rosoka By Ramen Danah & Nilakshi Neog || Ridip Rankit || Ujjwal Aarong || New Assamese Song 2022 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Nupur Swargam Presents “Rosoka" Singer Ramen Danah (@ramendanahmusical ) Nilakshi Neog Music Ujjwal Aarong Special Addition Tune Kussum Kailash (@KussumKailash ) Mrinmoy Mrittik Mix / Mastered Diganta Bordoloi Lyrics / Tune Ramen Danah Ridip Rankit (@RidipRankitTheUniverse ) Recorded at Studio Sristi the creative eye (Moran) Flute Bitupan Konwar Guitar Bikash Gogoi Special Thanks Bharat Saikia Ankitrajmoni Madhab Ranjan Gogoi Digital Market & Media Director Junaak Milon ( @DhwaniMusic ) Lyrical Video Biman Boruah Axomiya (@studiomaamovie ) Cover Design Satyajit D Phukon (@satyajitdphukon4717 ) Photography Satyajit D Phukon Nishant Raj Model Girl Pankhi Neog Lyrics মোৰ পিতাই হটঙা দেহি ঐ ভাওনাতে বলীয়া জাঁপ মাৰি জাঁপ মাৰি খোলৰ চেৱতে ঘুৰাই ভীমৰে গদা । মই হলোঁ ৰচকা দেহি ঐ তোৰে প্ৰেমত পগলা ক'ত পালি ক'ত পালি অপেচৰী যেন ধুনীয়া চেহেৰা । অ তোৰ মৰমে জখম কৰিলে মোৰ বুকুখন অ জান ঐ তলে তলে মই হলো ৰুগীয়া তোক ভাবি ভাবি বিচনাতে মই মাৰোং মৰণা । লোটোপটোপ লোটোপটোপ পনিয়ল নহলি গোটে গোটে গিলি থবলে পিটিকি পিটিকি । অ তেজে ফুটো-ফাটো হলি তই এজনী ৰঙা গালত থাকো যেন লাগে চিকুটি চিকুটি । অ তোৰ মৰমে জখম কৰিলে মোৰ বুকুখন অ জান ঐ তলে তলে মই হলো ৰুগীয়া তোক ভাবি ভাবি বিচনাতে মই মাৰোং মৰণা । হাউলি চোতাল সাৰিলো বাজে হাতৰ খাৰু এতিয়াযে মই গাভৰু আয়ে দিয়ে চকু ৰচকা ডেকাৰ সুহুৰি দুৰতে শুনিলোঁ পখিলা-পাখি হিয়াখন কৰে উৰু উৰু । আঙঠি পিন্ধিবি এ কাচোনদৈ মিনা কৰাই কৰাই হাতৰে লিহিৰি আ আঙুলি জিলিকাই জিলিকাই প্ৰেম নকৰিবি এ কাচোনদৈ মন সলাই সলাই পণীয়া মৰমে কাৰ অন্তৰত লব পাৰিবি ঠাই । অ তোৰ মৰমে জখম কৰিলে মোৰ বুকুখন অ জান ঐ তলে তলে মই হলো ৰুগীয়া তোক ভাবি ভাবি বিচনাতে মই মাৰোং মৰণা । #Rosoka#Ramen_Danah#Nilakshi_Neog#Ridip_Rankit