У нас вы можете посмотреть бесплатно Ahar Dorei Ubhati Aatori ( অহাৰ দৰেই উভতি আঁতৰি গ'লা ) - by Gayatri Hazarika. или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Assamese song of Gayatri Hazarika / Lyrics by Surya Kumar Raja / Melody by Syd. Saddulla / Original song was sung by Mandira Sharma Lahiri : Link - • Ahar Dorei Ubhati Aatori Gola (অহাৰ দৰেই উ... / Lyrics of the song : অহাৰ দৰে উভতি আঁতৰি গ'লা বাটে বাটে ফুল সিচি থৈ, ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ ॥ ভৰ বাৰিষাৰ মেঘৰ দৰেই আহিছিলা বুৰাও বুলি বৰষি বৰষি মোৰ হৃদয়ত তিয়ালা যে পথৰ ধূলি । নেজানো কিয়যে তুমি আঁতৰি গ'লা বুকুভৰা অভিমান লৈ ॥ বাৰিষাৰে ঢল আকৌ শুকাল মাথো পৰি ৰ'ল বালিচৰ জীৱন ডিঙা মোৰ তাতে মেলিলোঁ ব'ঠা তোমাৰ চেনেহৰ । আজি যে শুকাল প্ৰীতিৰ নদীখনি লাগি আছোঁ মোহনাত গৈ ॥