У нас вы можете посмотреть бесплатно শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাই আদালতত হাজিৰ কৰাক লৈ সৰ্বত্র প্ৰতিক্রিয়া или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাই আদালতত হাজিৰ কৰাক লৈ সৰ্বত্র প্ৰতিক্রিয়া। শংকৰজ্যোতিক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে সৰৱ দল-সংগঠন। AJYCPৰ লগতে জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্বত সাব্যস্ত হৈছে ব্যাপক প্রতিবাদ। হেণ্ডকাফ লগোৱা কাৰ্যক বেআইনী আখ্যা দি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ বিৰোধী শিবিৰ আৰু দল-সংগঠনৰ নেতৃত্ব। তাৎপৰ্যপূৰ্ণভাৱে হেণ্ডকাফ লগোৱাৰ বিৰোধিতা কৰিছে খোদ বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীয়েও। প্ৰশ্ন উঠিছে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ নিৰ্দেশ দিছিল কোনে? ইফালে অসমীয়া জাতি আৰু দল-সংগঠনক অপমান কৰি এতিয়াও মুক্ত তনু শ্বাহী। উল্লেখ্য যে তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছিল শংকৰজ্যোতিক। #pratidintime #assamnews #assam #AASU #himantabiswasarma