У нас вы можете посмотреть бесплатно উদ্ধৱ বন্ধু , বৰগীত। Assamese Borgeet Udhaba Bandhu Madhupuri Rahal Muraru by Rupa Dutta или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত বৰগীত ধ্ৰুং: উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু । কাহে নাহেৰি ৰহব অৱ জীৱন, বন ভয়ো ভৱন হামাৰু ।। পদ: যাহে বিয়োগ আগি অঙ্গ তাৱয় তিল একু ৰহয়ে না পাৰি । সোহি ব্ৰজ-সুৰ দূৰ গয়ো গোবিন্দ দিশ-দশ দিৱসে আন্ধাৰি ।। ভয়ো মৰণ ওহি সোহি হৰি চৰণকু বিছুৰি ৰহয়ে না পাই । দেখত কালিন্দী গিৰি বিৰিন্দাবন তনু মন দহয়ে সদাই ।। ব্ৰজ-জন জীৱন বাহুৰি নাহি আৱত হামাকু কৰথ অনাথা। গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয় শঙ্কৰ কহু গুণগাথা ।। -----:::------ কণ্ঠ- ৰূপা দত্ত