У нас вы можете посмотреть бесплатно NAHOR(2026) |Sanjib Bora|Anushka Tarangini|| Lohit Rrohit|| Raj Sekhar| Shubham|| Kajol|| Bihu song или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Tazashree Presents অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ জুবিন গাৰ্গৰ আকুল অনুৰাগত সঞ্জীৱ বৰা আৰু অনুষ্কা তৰঙ্গীনীৰ কন্ঠেৰে ড° লোহিত ৰোহিতৰ নাহৰ ২০২৬ Audio credits- গীত নাহৰ কন্ঠশিল্পী সঞ্জীৱ বৰা অনুষ্কা তৰঙ্গীনী বৰুৱা কথা/সুৰ/ সংগীত ড° লোহিত ৰোহিত শব্দ সংমিশ্ৰণ জিন্টু বৰদলৈ সহ শিল্পী শৰৎ নীল, ৰাগদ্বীপ চেতিয়া, দিপাংকৰ কলিতা, স্বৰ্ণালী আইদেউ, তনুশ্ৰী দেৱী। বাদ্য শিল্পী কৈলাস ৰাভা, দেৱেশ্বৰ শইকীয়া, লাচিত বৰুৱা, বিশ্বজিৎ গগৈ,ৰাজা বৰুৱা, জ্যোতি ৰঞ্জন বৰুৱা, পিতি বৰা। বেটুপাতৰ শিল্পী দীক্ষিতা হাজৰিকা বাণীবদ্ধক ৰিপুঞ্জয় শৰ্মা ড্ৰিমছ ষ্টুডিঅ' ৰিপু মহন ৰাজ মিউজিক ভিডিঅ' স্বপনীল দত্ত অডিঅ'হলিক ষ্টুডিঅ' আৰ্টৱৰ্ক হৰিষ ৰঞ্জন গগৈ Video Credits কৰিঅ’গ্ৰাফাৰ পৰিচালক ৰাজ শেখৰ সম্পাদনা মণি ৰাজকোঁৱৰ ডি অ’ পি হিমাংশু শৰ্মা মেকআপ পলি শইকীয়া আৰু এম্পি বৰা সহকাৰী পৰিচালক অভি অভিনয়ত: শোভম ডেকা কাজল বৰা বিশেষ কৃতজ্ঞতা জুবিন গাৰ্গ আমি কৃতজ্ঞ অতুল গগৈ পূণ্য গগৈ তৰুণ গগৈ মন্টু ডেকা নীলিমা ডেকা অমৰ বৰুৱা ভাগৱত দৰ্শন আমাৰ প্ৰতিগৰাকী অনুৰাগী। Lyrics ✍️ গীতৰ কলি: নাহৰ যোজনা ঐ নাহৰ ঐ তুমিয়েই মোৰ ঐ নাচনী ব'হাগৰ। স্হায়ী:- ল'ৰা - নাহৰ ঐ ৰঙাকৈ দুগালত নাহৰ ঐ পৰে টুল আৱেগত ছোৱালী - নাহৰ ঐ মৰো ময়ো লাজত নাহৰ ঐ চালে তুমি আদৰত মৰমে মৰমৰ হৃদয়ে হৃদয়ৰ ল'ৰা - বতৰা হেঁপাহৰ ৰঙীয়াল যৌৱনৰ ছোৱালী - চকুতে চকু থৈ ল'ৰা - চকুতে চকু থৈ কোৱা মনৰ কথা ঐ নাহৰ ঐ নাহৰ তুমিয়েই মোৰ নাচনী ব'হাগৰ ছোৱালী - ঐ নাহৰ ঐ নাহৰ তুমিয়েই মোৰ বিহুৱা আলাসৰ। অন্তৰা - ল'ৰা - নাহৰ ঐ যোৱা বছৰ ফাগুনত নাহৰ ঐ চিনাকি লৃগাঙত ছোৱালী - নাহৰ ঐ চুকুৰে পলকত নাহৰ ঐ মৰম বাঢ়িল অন্তৰত ল'ৰা - ৰিণি ৰিণি কাণে কাণে বিয়পি ছোৱালী - জিৰি জিৰি কৰি বুকুৱে বাগৰি ল'ৰা - বুকুতে জানানে উজায়নো সঘনে মৰমৰ নিজৰা ঐ নাহৰ ঐ নাহৰ তুমিয়েই মোৰ ঐনিতম আৱেগৰ ছোৱালী - তুমিও মোৰ ঐনিতম আৱেগৰ। #justiceforzubeengarg #sanjibboranewsong #anushkatarangininewsong #lohitrohitnewsong #zubeengarg #zubeengargnewsong #nahor #assamesemusic #assamesesong #assamesenewbihusong #assamesefolksong @ / @dikshita_hazarika_11