Русские видео

Сейчас в тренде

Иностранные видео




Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



#LIVE

SUBSCRIBE ‪@kalpanapatowaryAssamese‬ #kalpanapatowary #sainikschool #goalpara গোৱালপাৰাৰ সৈনিক স্কুলৰ হীৰক জয়ন্তী (৬০ বছৰ)। কল্পনা পাটোৱাৰী Sainik School Goalpara Assam, Diamond Jubilee Celebrations #highlights #kalpanapatowary কল্পনা পাটোৱাৰী অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে। তেওঁ এনডিটিভি ইমাজিনৰ সংগীতৰ ৰিয়েলিটী শ্ব' জুনুন: কুচ্চ কৰ দিখানে কা (২০০৮) টো অংশগ্ৰহণ কৰিছিল। তেওঁ কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ ভিতৰত বলীউডৰ ৱেলকাম, বিল্লু, আক্ৰোশ, আৰ. ৰাজুকুমাৰ আৰু অসমীয়া চলচ্চিত্ৰ কন্যাদান, অহেতুক আৰু ৰণাংগন উল্লেখযোগ্য।

Comments