У нас вы можете посмотреть бесплатно দৈনিক ২২শ কণী উৎপাদন হয় ধেমাজিৰ গোহাই গাঁৱৰ “ডকচেফ ”ফাৰ্মত | Layer chicken Farm In Assam или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
দৈনিক ২২শ কণী উৎপাদন হয় ধেমাজিৰ গোহাই গাঁৱৰ “ডকচেফ ”ফাৰ্মত | Layer chicken Farm In Assam ২০২০ চনৰ লকডাউনৰ সময়ত সাতজন বন্ধুৱে দেখা সপোনৰে বাস্তৱ ৰূপ এয়া৷ এতিয়া দৈনিক ২২শ কণী উৎপাদন হয় ধেমাজিৰ গোহাই গাঁৱৰ “ডকচেফ ” নামৰ এই ফাৰ্মত ৷ ধেমাজিৰ এই সাতজন কৰ্মউদ্যোমী বন্ধু হ’ল ক্ৰমে - জ্ঞান জ্যোতি গগৈ , নয়নজিৎ বৰগোহাই , সুৰজিৎ দত্ত , মৃদুপৱন বৰগোহাই , বিশ্ববিজয় কোঁৱৰ , বিমান চমুৱা আৰু ফুলেন বৰা ৷ এওঁলোকৰ এই সপোনক বাস্তৱ ৰূপ দিয়াত সহায় কৰিলে লখিমপুৰ পশু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সঞ্জীৱ খাৰঘৰীয়াই । এতিয়া এই সাতবন্ধুৰ লক্ষ্য হ’ল দৈনিক ১০ হেজাৰ কণী উৎপাদন কৰাৰ ৷ ইয়াৰ বাবে তেওঁলোকে আৰম্ভ কৰিছে পৰিকল্পনা ৷ সমস্যাৰ পৰিধি ভাঙি স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰা অসমীয়া ডেকা কেইজনৰ পৰা জানো আহক লেয়াৰ মুৰ্গী ফাৰ্ম গঢ়াৰ সকলো কৌশল ৷ uparjan.in