У нас вы можете посмотреть бесплатно Xenduriya - Bikashita Gogoi | Ujjwal Aarong [Visualizer] или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Presenting Xenduriya by Bikashita Gogoi exclusively on Bikashita Gogoi Musical. Title : Xenduriya Author-Composer: Bikashita Gogoi Music : Ujjwal Aarong Mixed-Master: Diganta Bordoloi Producer: Imran Khan Label: Rootstock Entertainments Music Publisher: Eikhon Axom Hoi Bhai Media Lyrics: বুজিও নুবুজাৰ ভাও কিয় ধৰা তুমি কলিজাটি সঁপি দিলো তোমাকে মই তোমাৰে হ’ম বুলি অ’… সেন্দুৰীয়া আলিটি মোৰ সেওঁতাতে আঁকিবা কপালৰে সোঁমাজতে বেলিটি হৈ উজ্জ্বলিবা অ’ মোৰ সোণ, তুমি বুকুৰ আপোন অ’ মোৰ সোণ, অবুজন নহ’বাচোন ৰিঙিয়াই ৰিঙিয়াই তোমাৰে ভাৱনাই বাউলী কৰে মোক অ’… মেৰিয়াই মেৰিয়াই বুকুৰে উমেৰে ৰাখিবা আৱৰি মোক সুখৰে হাঁহিবোৰ ভগাই ল’বলে দুখতে সাৱটি নিচুকাই দিবলে থাকিমে লগতে অ’… সেন্দুৰীয়া আলিটি মোৰ সেওঁতাতে আঁকিবা কপালৰে সোঁমাজতে বেলিটি হৈ উজ্জ্বলিবা অ’ মোৰ সোণ, তুমি বুকুৰ আপোন অ’ মোৰ সোণ, অবুজন নহ’বাচোন কেতিয়াবা নিজানতে উচুপি ৰওঁ তোমাৰে মৌনতাত থমকি ৰওঁ এটি দুটি কৰি সপোনৰে পাহি মেলে তোমাৰ আৱেশত অ'. . . সেন্দুৰীয়া আলিটি মোৰ সেওঁতাতে আঁকিবা কপালৰে সোঁমাজতে বেলিটি হৈ উজ্জ্বলিবা অ'. . . মোৰ সোণ তুমি বুকুৰ আপোন অ'. . . মোৰ সোণ অবুজন নহ'বাচোন Digital powered by Eikhon Axom Hoi Bhai Media [Web} https://eahbmedia.in/ Subscribe Now! For live show : 7896912322, 9401200978