У нас вы можете посмотреть бесплатно "জাৰণিৰ মাজতে"খ্যাত শংকৰ বৰাৰ কণ্ঠত "ক'লৈ গ'ল বৃন্দাবন" | Dihanam | Sankar Bora | New Dihanam 2025 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
"জাৰণিৰ মাজতে"খ্যাত শংকৰ বৰাৰ কণ্ঠত "ক'লৈ গ'ল বৃন্দাবন" | Dihanam | Sankar Bora | New Dihanam 2025 PMB MIX ইউটিউব চেনেলৰ প্ৰথম নিবেদন জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ বৰাৰ কণ্ঠত দিহানাম "ক'লৈ গ'ল বৃন্দাবন" কথা-সুৰ: কমলা গগৈ পৰিচালনা: পাৰ্থজিৎ মহন্ত শব্দ গ্ৰহণ আৰু সংমিশ্ৰণ: দেৱব্ৰত দত্ত (MB ষ্টুডিঅ', শিৱসাগৰ) সহযোগী কণ্ঠ: প্ৰহ্লাদ বড়া, সমন্বয় গগৈ আৰু পাৰ্থজিৎ মহন্ত খোল: পাৰ্থজিৎ মহন্ত নেগেৰা: মানস জ্যোতি বৰা বাঁহী: পাংকু দত্ত টোকাৰী: দীপজ্যোতি গগৈ তাল-পাৰ্কাশ্বন: প্ৰহ্লাদ বড়া কী-ব'ৰ্ড: পৰশ জ্যোতি বৰুৱা দৃশ্য গ্ৰহণ-সম্পাদনা: নয়ন দাস গ্ৰাফিক্স ডিজাইন: ৰাহুল গগৈ বিশেষ কৃতজ্ঞতা: মা-দেউতা, মিতালী কলিতা, প্ৰিয়াংগী বড়া, চন্দ্ৰমণি গগৈ, বিশ্বজিৎ দত্ত, সমীৰণ শইকীয়া, আকাশ বৰা ক'লৈ গ'ল বৃন্দাৱন ক'লৈ গ'ল গোপীগণ যমুনা যেন নিঠৰুৱা হ'ল আজি কৃষ্ণৰ বাঁহী নাই ৰাধিকাও অহা নাই বেলিও যেন গধূলি হ'ল কদমজুপি মৰহি গ'ল প্ৰাণধন, কষ্ণ মোৰ ক'লৈনো গ'ল।। অন্তৰা: হে প্ৰাণ বন্ধু কৃষ্ণ কৃপা সিন্ধু আজি তুমি বৃন্দাৱনে নাই ব্ৰজধাম ছাৰি মুকুণ্ড মুৰাৰী নামৰ মাজে আছাহি লুকাই প্ৰাণধন, কৃষ্ণ প্ৰাণ যদুৰাই ভাঙণি: নাই আজি বৃন্দাৱন নাই আজি গোৱৰ্ধন নাই আজি ৰাধাৰ সেই হাঁহি একালৰ বৃন্দাৱন আজিযেন পৰিলে ছন কৃষ্ণইও নবজাই বাঁহী খৰতালি: দ্বাপৰতহে বৃন্দাৱনে কৃষ্ণই বাঁহী বাই কলি কালে হৃদয়খনি নামেহে জুৰাই।। কলি কালে প্ৰাণ কৃষ্ণ তোমাক দেখা নাই তোমাৰ নামেই তোমাক পূজো গধূলি পুৱাই।। Cover Topic: ক'লৈ গ'ল বৃন্দাবন দিহানাম Koloi Gol Vrindaban Koloi Gol Brindaban Dihanam New Dihanam New Horinam Sankar bora Sankar bora dihanam Kamala gogoi Kamala gogoi dihanam Bhoktimulok geet Voktimulok Geet Diha naam Dihanaam Komola gogoi dihanam Pmb mix vokti song puwar horinam tukari geet new assamese dihanam assamese dihanam komola gogoi bhokti mulok geet new dihanam 2025 new horinam 2025 janmashtami naam bhoktimulok geet diha naam krishna nam horinam 2025 jaronir majote sankar bora komola gogoi dihanam song #dihanam #dihanaam #koloigolbrindaban