У нас вы можете посмотреть бесплатно Uroniya Mone | Rongmon | উৰণীয়া মনে | ৰংমন | Assamese Song или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
গীতৰ কুলি : উৰণীয়া মনে কথাছবি : ৰংমন (2004) কণ্ঠ : জুবিন গাৰ্গ , ইমন বৰদলৈ সংগীত : মানস ৰবীন কথা : মানস ৰবীন উৰণীয়া মনে কাকেনো বিচাৰিছে তুমি নাজানানে উতনুৱা মনে কাৰে সপোন ৰচে তুমি নুবুজানে কোনে নাজানে কোনে নুবুজে মনৰ কথাটি ঐ বুকুত আছেনে মৰম দিবলে’ সাগৰ এখনি ঐ মৰমহে নালাগে জীৱনো দিব পাৰোঁ তুমি বিচাৰিলে বুকুত তোমাৰেই নাম লিখি থোৱা দেখিবা তুমি পঢ়ি চালে জীৱন নেলাগে মৰমহে লাগে জীয়াই থাকিবলৈ হেঁপাহ বাঢ়িছে বুকুত দুগুণে কাষত পাবলে’ ঐ মনে মনে কত যে গুণা গঁথা কত আৱেগৰে নাচোন মনে মনে কত যে গুণা গঁথা কত আৱেগৰে নাচোন মৰম কিজানি বাউলী তোমাক কাষতে পাই মনো আজি সলনি তোমাৰ চকুলে’ চাই তোমাক সাবটি কত কথা যে আছে ক’বলে’ ঐ জীৱন লগৰী দুয়ো দুয়োৰে হ’মে জনমলৈ উৰণীয়া মনে কাকেনো বিচাৰিছে তুমি নাজানানে উতনুৱা মনে কাৰে সপোন ৰচে তুমি নুবুজানে ৰাতি ৰাতি ভিৰ বাঢ়িছে জানা মিঠা মিঠা বহু সপোন ৰাতি ৰাতি ভিৰ বাঢ়িছে জানা মিঠা মিঠা বহু সপোন জীৱন কিমান দিনৰ আমাৰ কোনে জানে সঁচাই আমাৰ প্রেমৰ সুবাস ৰ'ব আকাশ বতাহ জুৰাই সঁচা মৰমে হিয়াৰ উমেৰে ধৰি ৰাখিমে ঐ যদি পিছলে’ কপাল আমাৰে জীয়াই থাকিবলে’ উৰণীয়া মনে কাকেনো বিচাৰিছে তুমি নাজানানে উতনুৱা মনে কাৰে সপোন ৰচে তুমি নুবুজানে | L I K E | C O M M E N T | S U B S C R I B E | Disclaimer : We do not own all the material we were posting on this channel. If you are a copyright owner and want your work to be removed from our channel please contact us viz E-mail or leave us a comment bellow and we will remove your material right away. Please do not opt for a copyright strike. ~ ~ ~ ~ ~[ স-ৰা-পা-ত ]~ ~ ~ ~ ~ Enjoy & Stay Connected With Us! ~ ~ ~ ~[ S O R A P A A T ]~ ~ ~ ~ 👉 Subscribe to Sorapaat: / সৰাপাত 👉 Like us on Facebook: / sorapaat 👉 Follow us on Blogger: https://sorapaat.blogspot.com/ 👉 Contact Us On E-mail: [email protected] ० Sorapaat ० সৰাপাত ० সরাপাত ० सरापात ©Copyright Disclaimer : Copyright Disclaimer under section 107 of the Copyright Act of 1976, allowance is made for “fair use” for purposes such as criticism, comment, news reporting, teaching, scholarship, education and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use. 🎶 Music Can Change The World 🎶 S O R A P A A T . B L O G S P O T . C O M #Sorapaat #সৰাপাত #সরাপাত #सरापात