У нас вы можете посмотреть бесплатно শ্ৰাদ্ধ, শৰাধ, পিণ্ড দানৰ সত্যতা কি? শাস্ত্ৰীয় প্ৰমাণেৰে উন্মোচিত সত্য।। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌 শ্ৰাদ্ধ, শৰাধ, পিণ্ড দানৰ সত্যতা কি? শাস্ত্ৰীয় প্ৰমাণেৰে উন্মোচিত সত্য আজিৰ এই বিশেষ প্ৰতিবেদনত আমি আলোচনা কৰিছোঁ—শ্ৰাদ্ধ, শৰাধ, পিণ্ড দান আদি কৰ্ম-কাণ্ড শাস্ত্ৰসম্মত নে শাস্ত্ৰবিৰোধ? দীৰ্ঘদিন ধৰি সমাজত প্ৰচলিত বহু ধৰ্মীয় অনুষ্ঠান শাস্ত্ৰৰ আধাৰত নে কেৱল পৰম্পৰা আৰু অন্ধবিশ্বাসৰ ফল ? এই সন্দৰ্ভত বিশেষ সৎসঙ্গত Sant Rampal Ji Maharaj-এ শাস্ত্ৰীয় প্ৰমাণসহ কিছু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে। তেওঁ দাবী কৰিছে যে বহু প্ৰচলিত কৰ্ম-কাণ্ড বাস্তৱতে শাস্ত্ৰসম্মত নহয় বৰঞ্চ মানুহক ভ্ৰমিত কৰি ৰখা হৈছে। 📖 সঁচা কি? 📖 মিছা কি? 📖 শাস্ত্ৰই আচলতে কি কয় ? সিদ্ধান্ত আপোনাৰ !!! 👉 সম্পূৰ্ণ সত্য জানিবলৈ চাওক এই বিশেষ সৎসঙ্গ ভিডিঅ'টো। 👉 ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব। #Shraddha #PindDaan #SantRampalJiMaharaj #Satsang #SpiritualTruth #AssameseSatsang #ReligiousTruth #assamnews #breakingnews