У нас вы можете посмотреть бесплатно UPSC পৰীক্ষা দিবলৈ যোৱা দৰিদ্ৰ যুৱকৰ লগত ৰেলত মহিলা টিটিইয়ে যি কৰিলে 😱 দেখিলে চকুপানী ওলাই আহিব или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
UPSC পৰীক্ষা দিবলৈ যোৱা দৰিদ্ৰ যুৱকৰ লগত ৰেলত মহিলা টিটিইয়ে যি কৰিলে 😱 দেখিলে চকুপানী ওলাই আহিব 👇🏻👇🏻👇🏻 এজন অতি দৰিদ্ৰ যুৱক। হাতত নাই পৰ্যাপ্ত টকা, ভৰিত ক্ষয় যোৱা জোতা— কিন্তু বুকুত আছে দেশৰ আটাইতকৈ কঠিন পৰীক্ষা UPSC উত্তীৰ্ণ হোৱাৰ এক বিৰাট সপোন। দিল্লীলৈ পৰীক্ষা দিবলৈ যাওঁতে ৰেলৰ ভিতৰত হঠাৎ যুৱকজনৰ টিকট আৰু পইচা চুৰি হয়। ঠিক সেই সময়তে এজনী কঠোৰ মহিলা TTEৰ মুখামুখি হয় যুৱকজন। নিয়ম অনুসৰি অভয়ক জেললৈ পঠিয়াব লাগিছিল, কিন্তু সেইদিনা ৰেলৰ ডবাটোত যি ঘটিল, সেয়া শুনিলে আপোনাৰ মানৱতাৰ ওপৰত বিশ্বাস বাঢ়ি যাব। এগৰাকী অচিনাকী মহিলা টিটিইয়ে কেনেকৈ এজন অচিনাকী ল’ৰাৰ ভাগ্য সলাই দিলে? কেনেকৈ এজন দৰিদ্ৰ ল’ৰা আইএএছ (IAS) অফিচাৰ হ’ল? আৰু শেষত তেওঁলোকৰ সম্পৰ্কই কেনে এক নাটকীয় মোৰ ল’লে? সেয়া দেখিলে আপুনিও চকুলো তুকিব! ✅মানৱতা আৰু সংগ্ৰামৰ এই অভূতপূৰ্ব ঘটনাটো শেষলৈকে চাওক। আপোনাৰ মতে নিয়ম ডাঙৰ নে মানৱতা ডাঙৰ? কমেন্টত নিশ্চয় লিখক। #UPSCStory #HeartTouching #TrueStory #MotivationalVideo #Humanity #Inspirational #IASSuccess #AssameseVideo #StruggleToSuccess #Manobota #LifeLessons #Story #Stories #Kahani YOUR QUERIES: UPSC পৰীক্ষা দিবলৈ যোৱা দৰিদ্ৰ যুৱকৰ লগত ৰেলত মহিলা টিটিইয়ে যি কৰিলে দেখিলে চকুপানী ওলাই আহিব, UPSC Motivational Story, IAS Abhay Kumar Story, Female TTE and Student Story, Heart Touching Story Assamese, Humanity vs Rules, Motivational Video Assam, Real Life Inspirational Stories, Bihar Chapra UPSC Boy, Riya Chauhan TTE, Success Story after Struggle, Emotional Story Assamese, অসমীয়া কাহিনী, সঁচা ঘটনা সতৰ্কবাণী: এই ভিডিঅ’টোত বৰ্ণনা কৰা কাহিনীটো ইন্টাৰনেটত উপলব্ধ তথ্য আৰু সামাজিক মাধ্যমৰ চৰ্চিত কাহিনীৰ ওপৰত আধাৰিত। ইয়াৰ উদ্দেশ্য কাৰোবাক আঘাত দিয়া নহয়, বৰঞ্চ সমাজত মানৱতা আৰু নৈতিকতাৰ বাৰ্তা প্ৰসাৰ কৰাহে। কাহিনীটোৰ চৰিত্ৰ আৰু স্থানৰ বৰ্ণনা সৃজনশীল উপস্থাপনৰ বাবে কৰা হৈছে।