У нас вы можете посмотреть бесплатно Class 10 Maths Chapter 1 Real Numbers in Assamese | ONE SHOT | Full Chapter | Let's Approach или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
✨ Class 10 Maths Chapter 1 – Real Numbers in Assamese | বাস্তৱ সংখ্যা | Full Chapter One Shot ✨ Welcome to Let’s Approach! 🚀 In this video, we will cover Class 10 Mathematics Chapter 1: Real Numbers (বাস্তৱ সংখ্যা) in Assamese (অসমীয়া) language in a simple, clear, and complete way. 📘 Topics Covered in this One Shot Video: ✔ Euclid’s Division Lemma ✔ Fundamental Theorem of Arithmetic ✔ Revisiting Irrational Numbers ✔ Revisiting Rational Numbers and Their Decimal Expansions ✔ Properties of Real Numbers ✔ Important NCERT Questions & Solutions ✔ Short Tricks and Easy Explanations in Assamese 💡 This session is specially designed for Class 10 students (SEBA / CBSE) who want a complete one-shot revision of Real Numbers in their mother tongue Assamese. Perfect for board exam preparation 2025. ⏰ Timestamps (Chapter Breakdown): 00:00 – আৰম্ভণি 02:20 – বাস্তৱ সংখ্যা 08:57 – উৎপাদক আৰু গুণিতক 13:30 – সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক 18:22 – গঃসাঃউঃ আৰু লঃসাঃগুঃ 25:43 – ইউক্লিডৰ বিভাজন প্রমেয়িকা 31:30 – ইউক্লিডৰ বিভাজন কলনবিধি 37:20 – প্ৰশ্ন - ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি 455 আৰু 42 ৰ গ.সা.উ. উলিওৱা। 47:07 – দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখাই 6q + 1, বা 6q + 3, বা 6q+5 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা। 01:00:15 – প্ৰশ্ন: - দেখুওৱা যে প্রত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ, য'ত q কোনোবা অখণ্ড সংখ্যা। 01:06:01 – প্ৰশ্ন: 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম-খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম-খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ’ব? 01:27:24 – প্ৰশ্ন:- হিমাদ্রীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাকটিকট ৰৈ নাযায়। হিমাদ্রীয়ে সর্বাধিক কিমানটা থুপত ডাকটটিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? 01:34:54 – প্ৰশ্ন: দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 ছে.মি. আৰু 80 ছে.মি.। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈর্ঘ্য কিমান হ'ব? 01:40:31 – মৌলিক আৰু যৌগিক সংখ্যা 01:47:49 – সহমৌলিক সংখ্যা 01:52:59 – পাটীগণিতৰ মৌলিক উপপাদ্য 01:57:34 – প্ৰশ্ন:- পৰীক্ষা কৰা, কোনোবা স্বাভাৱিক সংখ্যা n অৰ ক্ষেত্ৰত 6ⁿ সংখ্যাটো 0 অংকেৰে শেষ হ'ব পাৰেনে নাই। 02:07:53 – প্ৰশ্ন:- 7 × 11 × 13 + 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা, ব্যাখ্যা কৰা। 02:13:58 – মৌলিক উৎপাদকীকৰণ পদ্ধতি 02:25:58 – প্ৰশ্ন: - মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6, 72 আৰু 120ৰ গ.সা.উ. আৰু ল.সা.গু. উলিওৱা। 02:32:10 – গ.সা.উ. আৰু ল.সা.গু.ৰ সম্পৰ্ক 02:37:43 – প্ৰশ্ন:- দিয়া আছে গ.সা.উ. (306, 657) = 9। ল.সা.গু. (306, 657) উলিওৱা। 02:41:20 – প্ৰশ্ন:- মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 ৰ গ.সা.উ. উলিওৱা। ইয়াৰ পৰা সিহঁতৰ ল.সা.গু. উলিওৱা। 02:45:08 – প্ৰশ্ন:- এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব? 03:00:41 – প্ৰশ্ন:- এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? 🔑 Why Watch This Video? Easy explanation in Assamese Step-by-step NCERT solutions Covers all important concepts for Class 10 Exams Best for last-minute revision before exams 👉 Don’t forget to Like, Share, and Subscribe to Let’s Approach for more Class 10 Assamese Maths videos and one-shot revision lectures. 📌 Watch till the end for important exam tips! 🎯 Keywords (for SEO): Class 10 Maths Assamese Class 10 Real Numbers Assamese বাস্তৱ সংখ্যা Class 10 Class 10 Maths Chapter 1 Assamese SEBA Class 10 Maths Assamese Class 10 Maths Assamese one shot Real Numbers Class 10 Assamese lecture Assamese Class 10 Maths Full Chapter Real Numbers Class 10 Real Numbers One Shot Real Numbers Class 10 One Shot Real Numbers Class 10 Real Numbers Class 10 NCERT Real Numbers Class 10 ASSEB Class 10 Maths Class 10 Maths Preparation Class 10 Maths in Assamese Class 10 Maths Chapter 1 in Assamese Exercise 1.1 Solution Class 10 maths SEBA Maths Class 10 Chapter 1 Assamese Medium SEBA Class 10 Real Numbers Class 10 Real Numbers in Assamese Class 10 Maths in Assamese Assamese Class 10 Maths Class 10 Ex 1.1 Solution in Assamese Class 10 Math in Assamese Class 10 Mathematics Chapter 1 SEBA Solution in Assamese Class 10 Maths in Assamese Medium Class 10 Maths Assamese Medium Class X Maths Chapter 1 Assamese Medium Class X Maths Chapter 1 One Shot Assamese HSLC 2026 Maths Chapter 1 HSLC 2026 Maths Chapter 1 MCQ 🔖 Hashtags: #Class10Maths #RealNumbers #OneShot #বাস্তৱসংখ্যা #AssameseMaths #Class10SEBA #Class10CBSE #MathsOneShot #BoardExamPreparation #NCERTSolutions #LetsApproach