У нас вы можете посмотреть бесплатно #BREAKING или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বীট অনুসৰি শিল্পী জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱাৰ ফলতেই হৈছিল বুলি উল্লেখ কৰা হৈছে। তথাপি এই ঘটনাত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে—জুবিন গাৰ্গক কোনে বা কিয় সেই সময়ত পানীত নামিবলৈ অনুমতি দিছিল? এই বিষয়ত তদন্তকাৰী সংস্থাৰ ব্যাখ্যা, সাক্ষ্য আৰু চাৰ্জশ্বীটত উল্লিখিত তথ্যক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। আদালতৰ পৰৱৰ্তী শুনানি আৰু তদন্তৰ অগ্ৰগতিৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিছে। 👉 সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ’টো শেষলৈকে চাওক 👉 আপোনাৰ মতামত Commentত জনাওক 👉 বিশ্বাসযোগ্য আপডেটৰ বাবে Channelটো Subscribe কৰক #ZubeenGarg #BreakingNews #Chargesheet #CourtNews #AssameseNews #Investigation