У нас вы можете посмотреть бесплатно Teacher's Day Song শিক্ষক দিৱসৰ গীত или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Producer - Tarulata Devi Lyrics & Tune - Tarulata Devi Music - Umesh Nath Singer - Akashdeep Gayan Alakesh Das Pranami Devi Barnali Devi Sewali Devi Lyrical Video - Dipankar Sahariah শিক্ষক দিৱসৰ গীত “হে মহান গুৰু যাচিলো সহস্র প্রণাম” (১) ভাৰতৰে ৰাষ্ট্রপতি সর্বপল্লী ৰাধাকৃষ্ণণৰ ৫ ছেপ্তেম্বৰ জন্মদিনত মিলিজুলি আমি সবে পালন কৰো শিক্ষক দিৱস।। (২) শিক্ষক আমাৰ সকলোৰে গুৰু ঈশ্বৰ আৰু পিতৃ-মাতৃৰ পিছতেই আছে শিক্ষক শিক্ষকেই আমাক জ্ঞানৰ বাট দেখুৱাই এনে হেন জ্ঞান দাতা জন আমাৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ।। (৩) শিক্ষক আমাৰ জ্ঞানৰ ভঁৰাল জগতত এন্ধাৰ আঁতৰাই পোহৰ বিলোৱা শিক্ষকৰ বৃত্তি মহান শিক্ষা বিনে পৃথিৱী হ’ব অন্ধকাৰ (8) মমবাতিৰ দৰে নিজে জ্বলি জ্বলি আনক পোহৰ বিলোৱা।। শিক্ষাগুৰুসকল চিৰদিন জগতত পোহৰ হৈয়ে জিলিকি থাকক হে মহান শিক্ষাগুৰুসকল জনাওঁ আমাৰ সহস্ৰ প্রণাম।।