У нас вы можете посмотреть бесплатно ৰঙানদীত জয়ন্ত খাউণ্ড কংগ্ৰেছৰ প্ৰাৰ্থী или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ৰঙানদীত জয়ন্ত খাউণ্ড কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত হোৱাৰ পাছতে স্বাভাৱিকতে আউল লাগিছে শাসকীয় বিজেপিত৷ খাউণ্ডৰ দৰে শক্তিশালী নেতাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব মনোনিত কৰাত ভুল কৰিলেই সমষ্টিটোত বিজেপিৰ পৰাজয় নিশ্চিত বুলি ইতিমধ্যে ভাবিবলৈ বাধ্য হৈছে সমষ্টিটোৰ গেৰুৱা নেতা-কৰ্মীসকলে৷ ভূপেন বৰাক ৰঙানদীত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে একাংশই যে বিৰোধিতা কৰিব সেয়াও ধুৰূপ৷ A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: / nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews