У нас вы можете посмотреть бесплатно বহুদিন বিৰতিৰ পাছত ফুটবল খেলালোঁ- কি যে গৰম или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
স্বাধীনতাৰ 75 বছৰ উপলক্ষে এঙেৰা অমৰজ্যোতি সংঘই আয়োজন কৰা এদিনিয়া ফুটবল খেল প্ৰতিযোগিতাত বহুদিন বিৰতিৰ পাছত ৰেফাৰীৰ পোছাকজোৰ পিন্ধিলোঁ ৷ খলাবলৈ নিমন্ত্ৰণ কৰাৰ বাবে বন্ধু নবীন বৰুৱাক ধন্যবাদ জনালোঁ ৷ খেলখনত টেঙাপুখুৰী এফ চিয়ে নামতি ব্ৰাদাৰ্চ এফ চি ক 4-1গলত হৰুৱাই চুড়ান্ত বিজয়ী হয় ৷ বেলেগে video সমূহ ৰেকৰ্ডিং কৰাৰ বাবে বৰ এটা ভাল নহল ৷ video টো শেষলৈকে ছাব আৰু ভাল লাগিলে লাইক,কমেণ্ট,আৰু শ্বেয়াৰ কৰিব। ছাবচক্ৰাইব নকৰা সকলে ছাবচক্ৰাইব কৰি বেল আইকনটো বজাই দিব ৷ ধন্যবাদ ৷