У нас вы можете посмотреть бесплатно মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’|Part 2 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল-২ ২০ ডিচেম্বৰ ২০২৫ত উদ্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কৰিব উদ্বোধন প্রকল্পত ১৬০০-৪০০০ কোটিৰ ব্যয় বছৰি ১.৩১ কোটি যাত্রীৰ সক্ষমতা প্রতি ঘণ্টাত ৩৪ ATM সক্ষমতা উত্তৰ-পূবৰ বৃহৎ এয়াৰ হাব ২০২৪-২৫ বছৰত ৬.১৬ মিলিয়ন যাত্রী ভলুকা-অপতানি বাঁহেৰে নিৰ্মাণ বাঁহ আৰু পেৰামেট্রিকেৰে আধুনিক ডিজাইন কংক্রিটৰ বিকল্প হিচাপে বাঁহ ঐতিহ্য আৰু আধুনিকতাৰ মিলন কামাখ্যা স্থাপত্যৰ আধুনিক ৰূপ আহোম মৈদাম স্থাপত্য পুনৰ্পাঠ বিমানবন্দৰৰ ভিতৰত অসমীয়া চোতাল পোহৰ-ছাঁৰে গঢ়া জীৱন্ত স্থান প্রকৃতি আৰু উদ্ভাৱনৰ সংলাপ বায়’ফিলিক ডিজাইন আধিপত্য উত্তৰ-পূবৰ বৈচিত্র্য এক ছাঁৰ তলত নতুন টাৰ্মিনেল, নতুন যুগ উত্তৰ-পূবৰ নতুন এয়াৰ গেটৱে পৰ্যটন-বাণিজ্য-সংস্কৃতিৰ সংযোগ উত্তৰ-পূবক বিশ্বৰ সৈতে সংযোগ বিশ্বমানৰ অভিজ্ঞতাৰ টাৰ্মিনেল ২৫তকৈও অধিক ঘৰুৱা চহৰৰ সৈতে সংযোগ উত্তৰ-পূব পৰ্যটনত নতুন গতি দক্ষিণ-পূব এছিয়ালৈ সহজ উৰণ পৰ্যটন-ৰপ্তানি-MSME সুযোগ উত্তৰ-পূবত কৌশলগত বিনিয়োগ গুৱাহাটী উৰে, উত্তৰ-পূৱ আগবাঢ়ে গুৱাহাটীত আহি আছে VFS Facility ৬০খন দেশলৈ যাবলৈ গুৱাহাটীতেই VFS ভিছাৰ কাৰণে এতিয়া যাব লাগে দিল্লী-কলকাতা মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’|Part 2 #PratidinTimeLIVE