У нас вы можете посмотреть бесплатно “অংগনৱাড়ী আৰু ৰান্ধনীসকলৰ বাবে ডাঙৰ ঘোষণা! দৰমহা বৃদ্ধি হব নেকি?” или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
“অংগনৱাড়ী আৰু ৰান্ধনীসকলৰ বাবে ডাঙৰ ঘোষণা! দৰমহা বৃদ্ধি হব নেকি?” Description = নমস্কাৰ ছাৰ-বাইদেউসকল। আজিৰ এই ভিডিঅ’টোত আমি আলোচনা কৰিম ১৩ মাৰ্চ ২০২৬ তাৰিখৰ এটা ডাঙৰ আপডেট। কেন্দ্ৰ চৰকাৰে পুনৰ কৰ্মচাৰী আৰু সাধাৰণ লোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ গৈছে বুলি খবৰ ওলাইছে। এই আপডেট অনুসৰি NPS আৰু OPS সন্দৰ্ভত নতুনকৈ আলোচনা আৰম্ভ হৈছে। বহু কৰ্মচাৰীয়ে এতিয়া জানিবলৈ আগ্ৰহী হৈছে যে চৰকাৰে পেঞ্চন ব্যৱস্থাত কিবা নতুন পৰিবৰ্তন আনিব নেকি। ইয়াৰ মাজতে ২৫,৩০০ টকাৰ কথা আৰু ২০,৫০০ টকাৰ এটা ডাঙৰ আলোচনা চলি আছে বুলি বিভিন্ন খবৰত প্ৰকাশ পাইছে। আনহাতে অংগনৱাড়ী কৰ্মী আৰু ৰাধনী সকলৰ বাবেও এটা গুৰুত্বপূৰ্ণ আপডেট ওলাইছে। বহু দিন ধৰি অংগনৱাড়ী কৰ্মী আৰু ৰাধনীসকলে বাটৰ বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবী কৰি আহিছিল। এতিয়া চৰকাৰৰ পৰা কিবা ডাঙৰ সিদ্ধান্ত আহিব পাৰে বুলি আলোচনা চলি আছে। এই ভিডিঅ’টোত আমি সম্পূৰ্ণভাবে আলোচনা কৰিম— • কেন্দ্ৰ চৰকাৰৰ নতুন সিদ্ধান্ত কি • NPS আৰু OPS কৰ্মচাৰীসকলৰ বাবে কি খবৰ • ২৫,৩০০ আৰু ২০,৫০০ টকাৰ বিষয়টো কি • অংগনৱাড়ী আৰু ৰাধনীসকলৰ বাবে নতুন আপডেট সেয়েহে ভিডিঅ’টো শেষলৈ চাই থাকিব। নতুন নতুন চৰকাৰী খবৰ পাবলৈ আমাৰ channel BG News 8 টো subscribe কৰিব নাপাহৰিব। #assamnews #todaynews #breakingnews #anganwadi #anganwadiworker #opsnps #governmentemployees #assamgovernment #bgnews8 #viralnews assam news assam latest news today assam news angawadi news assam anganwadi worker salary ops vs nps news central government news government employees news assam government news breaking news assam assam news today 2026 anganwadi update ops nps latest update government scheme news bg news 8